ETV Bharat / state

ওদালগুৰিত সুকলমে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ - mangaldoi lok sabha constituency

ইভিএমৰ বিসংগতিৰ বাবে কোনো কোনো কেন্দ্ৰত পলমকৈ সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া

etv bharat
author img

By

Published : Apr 19, 2019, 3:06 AM IST

ওদালগুৰি, 19 এপ্ৰিলঃ সুকলমে সম্পন্ন হ’ল মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ জিলাখনৰ ৩ টা বিধানসভা সমষ্টিৰ মুঠ ৫৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে সম্পন্ন হৈছিল যদিও কোনো কোনো ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে কিছু পলমকৈ সম্পন্ন হৈছিল ভোট গ্ৰহণ ৷

ওদালগুৰিত সুকলমে সম্পন্ন দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

জিলা নিৰ্বাচনী বিভাগৰ পৰা পোৱা তথ্য অনুসৰি সন্ধিয়া প্ৰায় সাত বজালৈকে জিলাখনৰ ওদালগুৰি সমষ্টিত ৭৮.৬%, মাজবাটত ৭৭.৬১% আৰু পানেৰীত ৭৭% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচতেই ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা Strong Roomত জমা থোৱা হয় ইভিএম সমূহ ৷

Intro:মঙ্গলদৈ লোক সভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ তিনিতা বিধান সভা সমষ্টি ওদালগুৰি, মাজবাট আৰু পানেৰী সমষ্টিত শান্তিপূৰ্ণ ভাবে সামাপ্ত হৈ ভোট গ্ৰহণ পৰ্ব। জিলা খনৰ ৩ টা বিধানসভা সমষ্টিৰ ৫৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই ভোট গ্ৰহণ পৰ্বত কোনো ধৰণৰ। অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা বাতৰি নাই যদিও ইভিএমৰ বিসংগতিৰ বাবে কোনো কোনো কেন্দ্ৰত কিছু পলমকৈ অনুষ্ঠিত হৈ ভোটগ্ৰহণ পৰ্ব। ইতিমধ্যে জিলা খনৰ আটাইবোৰ কেন্দ্ৰতে সম্পূৰ্ণ হৈছে ভোট গ্ৰহণ পৰ্ব। ওদালগুটি উপায়ুক্ত কাৰ্যালয়ত থকা Strong Room ত জমা লৈ থকা হৈছে ইবিএম সমূহ

Body:।মঙ্গলদৈ লোক সভা সমষ্টিৰ অন্তৰ্গত ওদালগুৰি জিলাৰ তিনিতা বিধান সভা সমষ্টি ওদালগুৰি, মাজবাট আৰু পানেৰী সমষ্টিত শান্তিপূৰ্ণ ভাবে সামাপ্ত হৈ ভোট গ্ৰহণ পৰ্ব। জিলা খনৰ ৩ টা বিধানসভা সমষ্টিৰ ৫৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই ভোট গ্ৰহণ পৰ্বত কোনো ধৰণৰ। অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা বাতৰি নাই যদিও ইভিএমৰ বিসংগতিৰ বাবে কোনো কোনো কেন্দ্ৰত কিছু পলমকৈ অনুষ্ঠিত হৈ ভোটগ্ৰহণ পৰ্ব। জিলা নিৰ্বাচনী বিভাগৰ পৰা পোৱা তথ্য অনুসৰি আবেলি ৫ বজালৈ জিলা খনৰ ওদালগুৰি সমষ্টিত ৭৪%, মাজবাটত ৭৩% আৰু পানেৰীত ৭৫% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছিল । অৱশ্যে ৫ বজাৰ পিছতো ভোট গ্ৰহণ কাৰ্য চলি থকাত ৭ বজাত নিৰ্বাচন বিভাগটোৰ পৰা পোৱা তথ্য অনুসৰি ওদালগুৰি সমষ্টিত ৭৮.৬% মাজবাটত ৭৭.৬১% আৰু ৭৭% পানেৰীত লোকে সাব্যস্ত কৰিছে ভোটাধিকাৰ । আনহাতে ইতিমধ্যে জিলা খনৰ আটাইবোৰ কেন্দ্ৰতে সম্পূৰ্ণ হৈছে ভোট গ্ৰহণ পৰ্ব। ওদালগুটি উপায়ুক্ত কাৰ্যালয়ত থকা Strong Room ত জমা লৈ থকা হৈছে ইভিএম সমূহ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.