ETV Bharat / state

এনআৰচিৰ শুনানিলৈ গৈ দুৰ্ঘটনাত পতিত ১২জনকৈ লোক

ওদালগুৰিত এনআৰচিৰ শুনানিত অংশ গ্ৰহণ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হ'ল ১২জনকৈ লোক । আঘাত প্ৰাপ্ত লোক কেইজনক ৰাইজৰ সহযোগত ইকৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে ৰৌতা আদৰ্শ চিকিৎসালয়লৈ ।

এনআৰচিৰ শুনানিলৈ গৈ দুৰ্ঘটনাত পতিত ১২জনকৈ লোক
author img

By

Published : Aug 8, 2019, 7:12 PM IST

ওদালগুৰিৰ 8 আগষ্টঃ ওদালগুৰিৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱৰ পৰা ওদালগুৰিলৈ এনআৰচিৰ শুনানিৰ বাবে গৈ থাকোতে সংঘটিত হয় এক পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত আহত হয় ১২ জনকৈ লোক । জানিব পৰা মতে বৃহস্পতিবাৰে দিনৰ ১১ বজাত সিধাখোৱা গাঁৱৰ লোক কেইজনে AS-27C-5485 নম্বৰৰ এখন অটোৰে শুনানিলৈ গৈ থকা অৱস্থাত ইকৰাবাৰীৰ পথৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷ দুৰ্ঘটনাৰ ফলত কম বেছি পৰিমাণে আহত হয় শুনানিলৈ গৈ থকা লোক কেইজন । পিছত আঘাত প্ৰাপ্ত লোক কেইজনক ইকৰাবাৰী আৰক্ষীয়ে ৰাইজৰ সহযোগত উদ্ধাৰ কৰি ৰৌতা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

এনআৰচিৰ শুনানিলৈ গৈ দুৰ্ঘটনাত পতিত ১২জনকৈ লোক

আনহাতে সিধাখোৱা গাঁৱৰ আবিদা বেগম আৰু মহিৰুদ্দিনৰ অৱস্থা সংকটজনক হোৱাত হাস্পাতাল কৰ্তৃপক্ষই লোক দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

Intro:ওদালগুৰিত এনআৰচিৰ শুনানীত অংশ গ্ৰহণ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হল ১২জনকৈ লোক। আঘাত প্ৰাপ্ত লোক কেইজনক ইকৰাবাৰী আৰক্ষীয়ে ৰাইজৰ সহযোগত উদ্ধাৰ কৰি ৰৌতা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ । আবিদা বেগম আৰু মহিৰুদ্দিনৰ নামৰ লোক কেইজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে হাস্পাতাল কৰ্তৃপক্ষই লোক দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।Body:
ওদালগুৰিৰ ৮ আগষ্টঃ ওদালগুৰিৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাওঁৰ পৰা ওদালগুৰিলৈ এনআৰচিৰ শুনানীৰ বাবে গৈ থাকোতে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত আহত হ'ল ১২ জনকৈ লোক। জানিব পৰা মতে বৃহস্পতিবাৰে দিনৰ ১১ মান বজাত সিধাখোৱা গাওৰ লোক কেইজনে AS-27C-5485 নম্বৰৰ অটো এখনেৰে শুনানিলৈ গৈ থকা অৱস্থাত ইকৰাবাৰীৰ পথৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত কম বেছি পৰিমানে আহত হৈ লোক কেইজন। পিছত আঘাত প্ৰাপ্ত লোক কেইজনক ইকৰাবাৰী আৰক্ষীয়ে ৰাইজৰ সহযোগত উদ্ধাৰ কৰি ৰৌতা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে সিধাখোৱা গাওঁৰ আবিদা বেগম আৰু মহিৰুদ্দিনৰ অৱস্থা সংকটজনক হোৱাত বাবে হাস্পাতাল কৰ্তৃপক্ষই লোক দুজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.