ETV Bharat / state

আজি গোৰ্খাসকলৰ ভাতৃ দ্বিতীয়াঃ উখল-মাখল ওদালগুৰি

author img

By

Published : Oct 29, 2019, 9:26 AM IST

গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱ হিচাপে তিহাৰ উৎসৱৰ আজি অন্তিম দিন। এই দিনটো ভাতৃদ্বিতীয়া হিচাপে পালন কৰে জনগোষ্ঠীটোৱে ।

ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দিয়াৰ দৃশ্য

ওদালুগুৰি, 29 অক্টোবৰঃ গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱ হিচাপে পৰিচিত তিহাৰ উৎসৱৰ আজি অন্তিম দিন। এই অন্তিম দিনটো ভাতৃদ্বিতীয়া হিচাপে পালন কৰে জনগোষ্ঠীটোৱে । ৫ দিনীয়া তিহাৰ উৎসৱৰ অন্তিম দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মংগল কামনা কৰি পালন কৰে ভাতৃ দ্বিতীয়া। এই সন্দৰ্ভত ওদালগুৰিৰ দেওচুঙা গাঁৱৰ পৰা আমাৰ সাংবাদিক ধনদীপ বৰাৰ এক প্ৰতিবেদন...

আজি গোৰ্খাসকলৰ ভাতৃ দ্বিতীয়া

Intro:গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱ হিচাপে তিহাৰ উৎসৱৰ অন্তিম দিন। আজিৰ দিনটো ভাতৃদ্বিতীয়া হিচাপে পালন কৰে জনগোষ্ঠীটোৱে।
লোক বিশ্বাস তথা হিন্দু পৌৰাণিক শাস্ত্ৰমতে এই দিন কেইটাত যমুনাই ভাতৃ যম ৰজাক নিমন্ত্ৰণ জনাই মাতি আনি ঘৰত আদৰ সাদৰ কৰি আপ্যায়ন কৰে ৷ ভগ্নী যমুনাৰ আতিথ্যত আপ্লুত হোৱা যমে ভগ্নীৰ কি মনোবাঞ্ছা আছে তাক পূৰণ কৰিবলৈ বিছাৰে ৷ ৰজা যমৰ অনুৰোধত যমুনাই নিজৰ মনোবাঞ্ছা প্ৰকাশ কৰি যম ৰজাই যি দিনকেইটা তাইৰ ঘৰত আতিথ্য গ্ৰহণ কৰিছিল সেই দিনকেইটাক ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্বন্ধক জন- মানসত তুলি ধৰাৰ বাবে জগতবাসীয়ে উৎসৱ হিচাপে পালন কৰাটো বিছাৰে ৷ ভগ্নীৰ মনোবাঞ্ছা মতে ৰজা যমে উৎসৱ পালনৰ আদেশ দিয়াত তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস আছে।
সেয়েহে ৫ দিনীয়া তিহাৰ উৎসৱৰ অন্তিম দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰি পালন কৰে ভাতৃ দ্বিতীয়া। আনহাতে আজিৰ দিনটোত ৭ খন জিলাত অসম চৰকাৰে বন্ধ ঘোষণা কৰিছে যদিও সমগ্ৰ অসমত বন্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে গোৰ্খা লোক সকলে।Body:গোৰ্খা সকলৰ সৰ্ববৃহৎ জাতীয় উৎসৱ হিচাপে তিহাৰ উৎসৱৰ অন্তিম দিন। আজিৰ দিনটো ভাতৃদ্বিতীয়া হিচাপে পালন কৰে জনগোষ্ঠীটোৱে।
লোক বিশ্বাস তথা হিন্দু পৌৰাণিক শাস্ত্ৰমতে এই দিন কেইটাত যমুনাই ভাতৃ যম ৰজাক নিমন্ত্ৰণ জনাই মাতি আনি ঘৰত আদৰ সাদৰ কৰি আপ্যায়ন কৰে ৷ ভগ্নী যমুনাৰ আতিথ্যত আপ্লুত হোৱা যমে ভগ্নীৰ কি মনোবাঞ্ছা আছে তাক পূৰণ কৰিবলৈ বিছাৰে ৷ ৰজা যমৰ অনুৰোধত যমুনাই নিজৰ মনোবাঞ্ছা প্ৰকাশ কৰি যম ৰজাই যি দিনকেইটা তাইৰ ঘৰত আতিথ্য গ্ৰহণ কৰিছিল সেই দিনকেইটাক ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্বন্ধক জন- মানসত তুলি ধৰাৰ বাবে জগতবাসীয়ে উৎসৱ হিচাপে পালন কৰাটো বিছাৰে ৷ ভগ্নীৰ মনোবাঞ্ছা মতে ৰজা যমে উৎসৱ পালনৰ আদেশ দিয়াত তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হোৱা বুলি বিশ্বাস আছে।
সেয়েহে ৫ দিনীয়া তিহাৰ উৎসৱৰ অন্তিম দিনটোত ভগ্নীয়ে উপবাসে থাকি ভাতৃক ফোট দি মঙ্গল কামনা কৰি পালন কৰে ভাতৃ দ্বিতীয়া। আনহাতে আজিৰ দিনটোত ৭ খন জিলাত অসম চৰকাৰে বন্ধ ঘোষণা কৰিছে যদিও সমগ্ৰ অসমত বন্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে গোৰ্খা লোক সকলে।

এই সন্দৰ্ভত ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ দেওচুঙা গাঁৱৰ পৰা আমাৰ এক প্ৰতিবেদন Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.