ওদালগুৰি, 11 আগষ্টঃ ওদালগুৰিৰ খামটৌবাৰীত কৰুণ ঘটনা ৷ স্বামীয়ে সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু মাতৃ-পুত্ৰৰ ৷ নিহত ক্ৰমে ফুলেশ্বৰী ৰাজোৱাৰ আৰু ৰাজু ৰাজোৱাৰ ৷ উল্লেখ্য যে, ওদালগুৰিৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত খামটৌবাৰী নিবাসী নন্দ ৰাজোৱাৰ নামৰ লোকজনে খেতি পথাৰত গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ সংযোগ কৰে বিদ্যুৎ ৷ বিদ্যুতৰ ওপৰৰে পথাৰৰ কাষত থকা এটা নলাত পুত্ৰ ৰাজুৱে মাছ মাৰিবলৈ যোৱা সময়তে বিদ্যুৎস্পৃষ্ট হয় । সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে পুত্ৰক বচাবলৈ গৈ মাতৃ ফুলেশ্বৰীও একেডাল তাঁৰতে লাগি বিদ্যুৎপৃষ্ট হয় ৷ ফলত থিতাতে নিহত হয় মাতৃ-পুত্ৰৰ ৷ ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে মাজবাট আৰক্ষীৰ আৰু বিদ্যুৎ বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ সবিশেষ বুজ লয় ৷ লগতে মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
খেতি-পথাৰত সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু মাতৃ-পুত্ৰৰ
বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰৰে পথাৰৰ কাষত থকা এটা নলাত পুত্ৰ ৰাজুৱে মাছ মাৰিবলৈ যোৱা সময়তে বিদ্যুৎস্পৃষ্ট হয় । সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে পুত্ৰক ৰক্ষা কৰিবলৈ গৈ মাতৃ ফুলেশ্বৰীও একেডাল তাঁৰতে লাগি যায় ৷
ওদালগুৰি, 11 আগষ্টঃ ওদালগুৰিৰ খামটৌবাৰীত কৰুণ ঘটনা ৷ স্বামীয়ে সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি মৃত্যু মাতৃ-পুত্ৰৰ ৷ নিহত ক্ৰমে ফুলেশ্বৰী ৰাজোৱাৰ আৰু ৰাজু ৰাজোৱাৰ ৷ উল্লেখ্য যে, ওদালগুৰিৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত খামটৌবাৰী নিবাসী নন্দ ৰাজোৱাৰ নামৰ লোকজনে খেতি পথাৰত গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ সংযোগ কৰে বিদ্যুৎ ৷ বিদ্যুতৰ ওপৰৰে পথাৰৰ কাষত থকা এটা নলাত পুত্ৰ ৰাজুৱে মাছ মাৰিবলৈ যোৱা সময়তে বিদ্যুৎস্পৃষ্ট হয় । সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে পুত্ৰক বচাবলৈ গৈ মাতৃ ফুলেশ্বৰীও একেডাল তাঁৰতে লাগি বিদ্যুৎপৃষ্ট হয় ৷ ফলত থিতাতে নিহত হয় মাতৃ-পুত্ৰৰ ৷ ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে মাজবাট আৰক্ষীৰ আৰু বিদ্যুৎ বিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ সবিশেষ বুজ লয় ৷ লগতে মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত খামটৌবাৰীত সংঘটিত হয় এক কৰুণ ঘটনা। স্বামীয়ে
খেতি পথাৰত গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হল তেওৰে পত্নী-পুত্ৰ। মৃত পত্নী -পুত্ৰ গৰাকী হ'ল ক্ৰমে ফুলেশ্বৰী ৰাজোৱাৰ আৰু ৰাজু ৰাজোৱাৰ
Body:
ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত খামটৌবাৰীত সংঘটিত হয় এক কৰুণ ঘটনা।
নন্দ ৰাজোৱাৰ নামৰ লোক জনে নিজৰ খেতি পথাৰ গৰু ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎপৃষ্ঠ হৈ মৃত্যু হল তেওৰে পত্নী-পুত্ৰ। জানিব পৰা মতে আজি লোকজনৰ পত্নী ফুলেশ্বৰী ৰাজোৱাৰ আৰু পুত্ৰ ৰাজু ৰাজোৱাৰ(৪) পথাৰৰ কাষত থকা এটা নলাত মাছ মাৰিব যোৱা অৱস্থাত কনমানি সন্তানটি সেই তাঁৰত লাগি বিদ্যুতস্পৃষ্ট হয়। সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগে লগে পুত্ৰক বচাবলৈ যোৱা মাতৃয়ে গৰাকীয়েও একেডাল তাঁৰতে লাগি বিদ্যুৎপৃষ্ট হয় । এই ঘটনাত থিতাতে মৃত্যু হয় দুয়োৰে । পিছত ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে মাজবাট আৰক্ষীৰ আৰু বিদ্যুৎ বিভাগক খবৰ দিয়াত ঘটনাস্থলীত মাজবাট আৰক্ষীৰ লগতে বিদু্ৎ বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লয়৷ মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এতিয়া এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
Conclusion: