ETV Bharat / state

ওদালগুৰিত বন্যহস্তীৰ তাণ্ডৱ

বৃহস্পতিবাৰে পুৱতি নিশা পানেৰি থানাৰ অন্তৰ্গত নুনাইখুটি গাঁৱত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় ৷ মনোজ প্ৰধান নামৰ লোক এজনৰ দোকান ধংস কৰাৰ লগতে দোকানৰ সামগ্ৰী খাই নষ্ট কৰে হাতীয়ে ৷

author img

By

Published : May 16, 2019, 8:44 PM IST

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডব

ওদালগুৰি, 16 মে’: ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । বৃহস্পতিবাৰে পুৱতি নিশা পানেৰি থানাৰ অন্তৰ্গত নুনাইখুটি গাঁৱত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায় ৷ মনোজ প্ৰধান নামৰ লোক এজনৰ দোকান ধংস কৰাৰ লগতে দোকানৰ সামগ্ৰী খাই নষ্ট কৰে হাতীয়ে ৷ হাতী মানুহৰ সংঘাত এই অঞ্চলত নতুন নহয় যদিও বিগত কেইটামান বৰ্ষৰ পৰা বৃদ্ধি হ'বলৈ ধৰিছে এই সংঘাত ।

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত   বনৰীয়া হাতীৰ তাণ্ডৱ।

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।
বৃহস্পতি বাৰে পুৱতি নিশা পানেৰি থানাৰ  অন্তৰ্গত নুনাইখুটি  গাঁওত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই  মনোজ প্ৰধান  নামৰ লোক এজনৰ দোকান  ধংস কৰাৰ লগতে দোকানৰ সামগ্ৰী খাই নষ্ট কৰে | হাতী মানুহৰ সংঘাত এই অঞ্চলত নতুন নহয় যদিও বিগত কেইটামান বৰ্ষৰ পৰা বৃদ্ধি হবলৈ ধৰিছে এই সংঘাত। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে স্থানীয় দল সংগঠনে বাৰে বাৰে দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ বন বিভাগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.