ETV Bharat / state

ওদালগুৰিত জন্মদিন উদযাপন হাগ্ৰামা মহিলাৰীৰ - ওদালগুৰি

সাত মার্চত ঘোষণা হ'ব কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থীৰ তালিকা

ওদালগুৰিত কেক কাটি জন্মদিন উদযাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
author img

By

Published : Mar 1, 2019, 10:40 PM IST

ওদালগুৰি,১ মাৰ্চ: ৫০ বছৰীয়া হ'ল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী । শুকুৰবাৰেওদালগুৰিত কেক কাটি ৫০ বছৰীয়া জন্মদিন উদযাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ।

ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ মহীৰংগ ভৱনত বিপিএফ ভেৰগাঁও ( সাংগঠনিক) জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিপিএফ দলৰ জ্যেষ্ঠ নাগৰিক আৰু অভিভাৱক সভাত অংশগ্ৰহণ কৰি কেক কাটি নিজৰ জন্মদিন উদযাপন কৰে বিটিচি প্ৰধানজনে ।

ওদালগুৰিত কেক কাটি জন্মদিন উদযাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
আনহাতে জন্মদিনৰ দিনটোতো আক্ৰমণাত্মকভাৱে পৃথক বড়ো ৰাজ্য আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগক লৈ নিখিল বড়ো ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰে হাগ্ৰামাই । কেৱল এয়াই নহয়, আগন্তুক লোকসভাত এবছু সভাপতি প্ৰমোদ বড়োক প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বান জনোৱাৰ লগতে উৰ্খাও গৌৰা আৰু চাঞ্চুমা বিছমুতিয়াৰীয়ে ভি চি ডি চি নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলিও দাবী কৰে বিটিচি প্ৰধানজনে । এই সভাতেই সাত মার্চত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বি পি এফ দলৰ প্ৰাৰ্থী ঘোষণা কৰাৰ লগতে যিমান আন্দোলন কৰিলেও ৬ জনগোষ্ঠীৰ জনজাতিকাৰণ হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে‌ হাগ্ৰামা মহিলাৰীয়ে ।

আজিৰ এই সভাত উপস্থিত থাকে পানেৰী সমষ্টিৰ বিধায়িকা কুমলী বাসুমতাৰী , কালাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য বনঝাৰ দৈমাৰী, জগদিশ সৰকাৰকে আদি কৰি বহুকেইজন বি পি এফ নেতা ।

Intro:কেক কাটি নিজৰ ৫০ বছৰীয়া জন্ম দিন উদযাপন কৰে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।অহা সাত মার্চত হব কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বি পি এফ দলৰ প্ৰাৰ্থী ঘোষণা ।হাগ্ৰামাৰ আহ্বান উৰ্খাও গৌৰা আৰু চাঞ্চুমা বিছমুতিয়াৰীয়ে ভি চি ডি চি নির্বাচনটো জিকিব নোৱাৰে
লোকসভাত এবছু সভাপতি প্ৰমোদ বড়োই নিজে প্ৰতিদ্বন্দিতা কৰক।

Body: ৫০ বছৰীয়া হল বিটিচি প্রধান হাগ্ৰামা মহিলাৰী । আজি ওদালগুৰিৰ জিলাৰ খৈৰাবাৰীৰ মহীৰঙ্গ ভৱনত বিপিএফ ভেৰগাঁও ( সাংগঠনিক) জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিপিএফ দলৰ জ্যেষ্ঠ নাগৰিক আৰু অভিভাৱক সভাত অংশ গ্ৰহণ কৰি কেক কাটি নিজৰ জন্ম দিন উদযাপন কৰে বিটিচিৰ প্ৰধান জনে । আনহাতে জন্মদিনৰ দিনটোতো আক্ৰমনাত্মক ৰূপত দেখা গল হাগ্ৰামা মহিলাৰীক। পৃথক বড়ো ৰাজ্য আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগক লৈ হাগ্ৰামাই তীব্ৰ সমালোচনা কৰে নিখিল বড়ো ছাত্র সন্থাক। বিটিচি প্ৰধান জনে আগন্তুক লোকসভাত এবছু সভাপতি প্ৰমোদ বড়োক প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বান জনোৱাৰ লগতে উৰ্খাও গৌৰা আৰু চাঞ্চুমা বিছমুতিয়াৰীয়ে ভি চি ডি চি নির্বাচনটো জিকিব নোৱাৰে বুলি মন্তব্য দিয়ে । অহা সাত মার্চত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বি পি এফ দলৰ প্ৰাৰ্থী ঘোষণা কৰিব বুলি জানিব দিয়ে‌ হাগ্ৰামাই। আনহাতে বিপিএফৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োয়েও নিজৰ ভাষণত লক্ষ্য কৰি লৈ নিখিল বড়ো ছাত্র সন্থাক । ২০০৬ চনতে বৰ্তমানৰ জনজাতি সকলৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ কোচ ৰাজবংশী সকলক জনজাতি কাৰণৰ ক্ষেত্ৰত বিৰোধীতা নাই বুলি এবছু আৰু আক্ৰাছুৰ যৌথ সভাত প্ৰস্তাব লৈ এতিয়া বিপিএফ দলৰ একেই প্ৰস্তাৱকে এবছুই সালোচনা কৰা বুলি অভিযোগ কৰে প্ৰবীণ বড়োই। আনহাতে হাগ্ৰামা মহিকাৰীয়ে ৬ জনগোষ্ঠীৰ জনজাতিকাৰণ যিমান আন্দোলন কৰিলেও হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে।
আজিৰ এই সভাত পানেৰী সমষ্টিৰ বিধায়িকা কুমলী বাসুমতাৰী , কালাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য বনঝাৰ দৈমাৰী, জগদিশ সৰকাৰ আদিকে ধৰি বহুকেইজন বি পি এফ নেতাইও অংশ গ্রহন কৰে

Byte - Hagrama
byte- Biswajit daimary
byte- jagadish sarkar_ em. btc

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.