ওদালগুৰি, ১৬ জুন : ওদালগুৰিত শনিবাৰে নিশা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত জিলাখনৰ ভূটান সীমান্তৰ কেইবাখনো গাঁৱত বানৰ সৃষ্টি হয় । বানৰ ফলত জিলাখনৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছি, ৰাজাগড়, নাওবন্ধা আৰু শুক্লাই গাঁৱত এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে ।
বানৰ কবলত ওদালগুৰিৰ বহু গাঁও - flash flood
টংলা চহৰলৈ যাত্ৰীবাহী গাড়ীৰ চলাচল বন্ধ থকাৰ ফলত অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে । আনহাতে বানৰ ফলত অঞ্চলটোৰে খেতি পথাৰসমূহ পানীৰে উপচি পৰাত মূৰে-কপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে ।
ওদালগুৰি জিলাৰ ভূটান সীমান্ত অঞ্চলত বানৰ তাণ্ডৱ।
ওদালগুৰি, ১৬ জুন : ওদালগুৰিত শনিবাৰে নিশা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত জিলাখনৰ ভূটান সীমান্তৰ কেইবাখনো গাঁৱত বানৰ সৃষ্টি হয় । বানৰ ফলত জিলাখনৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছি, ৰাজাগড়, নাওবন্ধা আৰু শুক্লাই গাঁৱত এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে ।
Intro:ওদালগুৰি জিলাৰ ভূটান সীমান্ত অঞ্চলত বানৰ তাণ্ডৱ।Body:
ওদালগুৰি জিলাত এইবাৰ দেখা গল বানৰ তাণ্ডব। শনিবাৰে নিশা হোৱা নেৰা নেপেৰা বৰষুনৰ ফলত জিলা খনৰ ভূটান সীমান্তৰ কেইবাখনো গাৱত দেখা গল বানৰ তাণ্ডব। জিলা খনৰ ভেৰগাঁও মহকুমাৰ
ডিমাকুছি, ৰাজাগড়, নাওবন্ধা, শুক্লাই গাৱত সৃষ্টি হোৱা বানৰ ফলত এক প্ৰকাৰে স্তব্ধ হৈ পৰিছে অঞ্চলটোৰ জন জীৱন। বানপানী বাবে অঞ্চল সমূহৰ পৰা টংলা চহৰলৈ অহা যাত্ৰীবাহী গাড়ী সমূহ বন্ধ ৰখাৰ ফলত যাতায়তত বাধাৰ সন্মুখীন হৈছে অঞ্চলবাসী। আনহাতে বানৰ ফলত অঞ্চলটোৰে খেতি পথাৰ সমূহ পানীৰে উপচি পৰাৰ ফলত মূৰে কপালে হাত দিব লগা হৈছে খেতিয়ক সকলে। অৱশ্যে নিশাৰ তুলনাত পুৱা পানী কমি অহাত কিছু আশাৰ সঞ্চাৰ হৈছে খেতিয়ক সকলৰ মাজত।Conclusion: