ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Dec 16, 2019, 8:19 PM IST

ওদালগুৰিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনত শ্বহীদ হোৱা ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জিলাখনৰ বিভিন্ন দল সংগঠনৰ ৷

CAA Protest Martyr Udalguri Ishwar Nayak tribute
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি

ওদালগুৰি,16 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনত শ্বহীদ হোৱা ঈশ্বৰ নায়কলৈ শ্ৰদ্ধাঞ্জলি ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তা বাহিনীৰ গুলিত মৃত্যু হোৱা ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কলৈ সোমবাৰে অন্তিম শ্ৰদ্ধা জনালে ওদালগুৰি জিলাৰ বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়ক:অসম চৰকাৰে CAAৰ বিৰোধিতা নকৰাতো লজ্জাজনক : প্ৰফুল্ল কুমাৰ মহন্ত

গুৱাহাটীত আন্দোলন কৰিবলৈ গৈ ঈশ্বৰ নায়ক আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ঈশ্বৰ নায়কৰ দেওবাৰে নিশা হাস্পতালত মৃত্যু ঘটিছিল ৷

শ্বহীদ ঈশ্বৰ নায়কৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লগতে পঢ়ক:ৰাজ্যত শীঘ্ৰে উপলব্ধ হ'ব ইন্টাৰনেটঃ হিমন্ত বিশ্ব

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনত বহু প্ৰতিবাদকাৰী আহত হোৱাৰ উপৰিও শ্বহীদ হয় 5 জনকৈ লোকে ৷ এই আন্দোলনত আৰক্ষীৰ গুলীচালনাত ছয়গাঁৱৰ দীপাঞ্জল দাস,গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ দশম শ্ৰেণীৰ ছাত্ৰ ছেম ষ্টেফ'ৰ্ড, ওদালগুৰি জিলাৰ ঈশ্বৰ নায়ক, বৰপেটাৰ আব্দুল হালিম আৰু নলবাৰী জিলাৰ সঞ্জীৱ ডেকাই মৃত্যু বৰণ কৰিছিল ৷

লগতে পঢ়ক:অস্থায়ী কাৰাগাৰলৈ পৰিণত হ'ল দীঘলী পুখুৰী

Intro:Body:

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তা বাহিনীৰ গুলিত মৃত্যু হোৱা ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাৰ ঈশ্বৰ নায়কলৈ অন্তিম শ্ৰদ্ধা জনালে ওদালগুৰি জিলাৰ বিভিন্ন দল সংগঠনৰ লগতে গুণমুগ্ধই ৷ সোমবাৰে নিহত লোকজনৰ ঘৰত অন্তিম শ্ৰদ্ধা জনাই অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লগতে গুণমুগ্ধই ৷ উল্লেখ্য যে গুৱহাটীত আন্দোলন কৰিবলৈ গৈ আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ঈশ্বৰ নায়কৰ দেওবাৰে নিশা হাস্পতালত মৃত্যু ঘটিছিল ৷ 

আন্দোলনৰ সমগ্ৰ কালচোৱাত বিভিন্ন স্থানত সংঘটিত হয় বহু ঘটনা ৷ প্ৰতিবাদকাৰী বহু লোক আহত হোৱাৰ ওপৰিও শ্বহীদ হয় 5 জনকৈ লোক ৷ আৰক্ষীৰ গুলীচালনাত শ্বহীদ হোৱা লোকসকলৰ ভিতৰত আছে ছয়গাঁৱৰ দীপাঞ্জল দাস,গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ দশম শ্ৰেণীৰ ছাত্ৰ ছেম ষ্টেফ'ৰ্ড,ওদালগুৰি জিলাৰ ঈশ্বৰ নায়ক,বৰপেটাৰ আব্দুল হালিম আৰু নলবাৰী জিলাৰ সঞ্জীৱ ডেকা ৷

উল্লেখ্য যে, ৰাজধানী চহৰ গুৱাহাটীত 27 গৰাকী প্ৰতিবাদকাৰীৰ লগতে 50 গৰাকী আৰক্ষী বাহিনীৰ লোকো আহত হয় ৷ সমগ্ৰ অসমতে আৰক্ষীৰ গুলিচালনাত আহত হয় 28 গৰাকী ব্যক্তি ৷ গুলিচালনাত আহত লোকসকলৰ ভিতৰত গৰাকী লোকৰ অৱস্থা সম্প্ৰতি সংকটজনক ৷

তাৰোপৰি আন্দোলনৰ লগত জড়িত মুঠ 1406 গৰাকী লোকক আৰক্ষীৰ জিম্মাত ৰখাৰ লগতে 175 গৰাকী লোকক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আটকাধীন লোকসকলৰ ভিতৰত আছে কৃষক নেতা অখিল গগৈ আৰু আলোচনাপন্থী আলফা নেতৃত্ব জিতেন দত্ত ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.