ETV Bharat / state

আমাক কাৰো সহায় নালাগে,আমি নিজেই শক্তিশালী: হাগ্ৰামা মহিলাৰী

author img

By

Published : Sep 14, 2020, 8:03 PM IST

বিটিচি নিৰ্বাচনত বিপিএফে ৩৭ খন আসন লাভ কৰিব ৷ ওদালগুৰি জিলাৰ 10 খন আসনৰ ভিতৰত আটাই কেইখন আসনেই লাভ কৰিব বিপিএফ দলে ৷ সোমবাৰে এখন দলীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

হাগ্ৰামা মহিলাৰী
হাগ্ৰামা মহিলাৰী

দৰং, 14 ছেপ্তেম্বৰ: সোমবাৰে এখন দলীয় সভাত অংশগ্ৰহণ কৰি অসমত নতুনকৈ গঠন হ'বলৈ যোৱা আঞ্চলিক দল সন্দৰ্ভত মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ অসমত আঞ্চলিক দল গঠন হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ ক'বলগীয়া একো নাই ৷ আঞ্চলিক দল থাকিলে কাম কৰিবলৈ ভাল বুলি মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে ৷ আঞ্চলিক দলেই হওক বা ৰাষ্ট্ৰীয় দলেই হওক বিটিচিত বিটিচিৰ স্থানীয় দলসমূহক আগস্থান দিয়ক বুলি সংবাদ মাধ্যমযোগে মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

আমাক কাৰো সহায় নালাগে, আমি নিজেই শক্তিশালী: হাগ্ৰামা মহিলাৰী

ইয়াৰোপৰি তেওঁ সমাগত নিৰ্বাচনত ওদালগুৰি জিলাৰ 10 খন আসনৰ ভিতৰত আটাই কেইখন আসনেই বিপিএফে লাভ কৰাৰ লগতে,বিটিচি নিৰ্বাচনত বিপিএফে ৩৭ খন আসন লাভ কৰিব বুলিও মন্তব্য কৰে ৷ আনহাতে তেওঁ কয় যে,"আমাক কাৰো সহায় নালাগে ৷ আমি নিজেই শক্তিশালী ৷"

লগতে পঢ়ক: জোনাইত চিত্তৰঞ্জন বসুমতাৰীক আনুষ্ঠানিক বিদায় দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.