ETV Bharat / state

ওদালগুৰিৰ বন্ধৰ ফলত স্তব্দ জনজীৱন - ওদালগুৰি

জনজাতিকৰণৰ বিৰুদ্ধে জনজাতি সংগঠন

ASSAM BANDH
author img

By

Published : Feb 13, 2019, 3:13 PM IST

ওদালগুৰি , ১৩ ফেব্ৰুৱাৰী : ইটোৰ পাচত সিটো বন্ধই জুৰুলা কৰিছে অসমবাসীক । এদিন যদি জনজাতিকৰণৰ দাবীত বন্ধ আন এদিন জনজাতিকৰণৰৰ বিৰুদ্ধে বিভিন্ন সংগঠনে আহ্বান জনাইছে অসম বন্ধৰ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেও ৰাজ্যৰ সৰ্বত্ৰে অব্যাহত আছে প্ৰতিবাদ ।

ASSAM BANDH
undefined

এটাৰ পাচতে আনটো বন্ধৰ ফলত দৈনিক আয় কৰা লোকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছে । উচ্চ মাধ্যমিক পৰীক্ষা চলি থকাৰ মাজতে বুধবাৰে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ ফলত জীয়াতু ভোগ কৰিছে একাংশ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে । ৰাজ্যৰ ছয়-জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে জনজাতিকৰণ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ওডালগুৰি জিলাত । চৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহৰ লগত বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানসমূহো বন্ধ হৈ পৰিল জিলাখনত ।

বন্ধত ৰেহাই নাপালে বিদ্যালয় সমূহো। বিদ্যালয়ৰ পৰা উভতি আহিল ছাত্ৰ ছাত্ৰী।

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে  জনজাতি সংগঠন সমূহৰ সনন্বয়ৰক্ষী সমিতিয়ে আজি আহ্বান আহ্বান জোনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গল ওদালগুৰি জিলাত 
জিলা খনৰ ওদালগুৰি সদৰ, টংলা, হৰিশিঙা, কলাইগাঁও,খৈৰাবাৰী, ওৰাং , মাজবাট আদি অঞ্চলত  ব্যৱসায়িক প্ৰতিষ্ঠান আৰু  যান বাহনৰ চলাচল স্তব্ধ হৈ পৰাৰ টংলাত দেখা গল বিদ্যালয়ৰ  ছাত্ৰ  ছাত্ৰী সমূহ উভতি অহা দৃশ্য। চৰকাৰীয়ে নহয় । বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয় সমূহো বন্ধ হৈ পৰিল বন্ধৰ সময়ছোৱাত  । যাৰ ফলত উভতি আহিব লগা হল ছাত্ৰী ছাত্ৰী থকা অভিভাৱক। আনহাতে বিদ্যালয় সমূহো বন্ধৰ  পৰা ৰেহাই নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে অভিভাৱক সকলে। অকল টংলাতে নহয়। ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত বিদ্যালয় সমূহ বন্ধ হৈ পৰিল এই অসম বন্ধৰ সময়ছোৱাত।

BYTE_ অভিভাৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.