ETV Bharat / state

হৰিশিঙাত যুৱ ছাত্ৰ পৰিষদে নিৰ্মান কৰিব শ্বহীদ ভৱন

author img

By

Published : Mar 28, 2019, 6:00 AM IST

শ্বহীদ ভৱনটোৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে ভূমিদাতা ৰঞ্জিৎ দাসে। যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতিগৰাকীয়ে শ্বহীদ ভৱনটো নিৰ্মানৰ বাবে ভূমি দান কৰা ৰঞ্জিৎ দাসক এনে মহৎ কামৰ বাবে ধন্যবাদ জনোৱাৰ লগতে এয়া জাতীয় জীৱনৰ বাবে ইতিবাচক দিশ বুলি কয় ৷

হৰিশিঙাত যুৱ ছাত্ৰ পৰিষদে নিৰ্মান কৰিব শ্বহীদ ভৱন

ওদালগুৰিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত হৰিশিঙা আঞ্চলিক সমিতিৰ শ্বহীদ ভৱনৰ নিৰ্মান কাৰ্য বুধবাৰৰ পৰা শুভাৰম্ভ কৰা হয়। শ্বহীদ ভৱনটোৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে ভূমিদাতা ৰঞ্জিৎ দাসে। এই অনুষ্ঠানত উপস্থিত থাকে হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোক বাহাদুৰ ছেত্ৰী, যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি কন্ঠ কুমাৰ দাস, হৰিশিঙা আছুৰ সভাপতি বিকাশ দাস, অসমীয়া যুৱ মঞ্চৰ হৰিশিঙা আঞ্চলিকৰ সভাপতি চিন্ময় দাসকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি । অনুষ্ঠানতযুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতিগৰাকীয়ে শ্বহীদ ভৱনটো নিৰ্মানৰ বাবে ভূমি দান কৰা ৰঞ্জিৎ দাসক এনে মহৎ কামৰ বাবে ধন্যবাদ জনোৱাৰ লগতে এয়া জাতীয় জীৱনৰ বাবে ইতিবাচক দিশ বুলি কয় ৷

হৰিশিঙাত যুৱ ছাত্ৰ পৰিষদে নিৰ্মান কৰিব শ্বহীদ ভৱন। কামৰ শুভাৰম্ভনী।

ওদালগুৰিঃ  অসমৰ অন্যতম এক শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত হৰিশিঙা আঞ্চলিক সমিতিৰ শ্বহীদ ভৱনৰ নিৰ্মান কাৰ্য বুধবাৰৰ পৰা শুভাৰম্ভ কৰা হয়। শ্বহীদ ভৱনটোৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে শ্বহীদ ভৱনটো নিৰ্মান হ'ব লগা ভূমি খিনিৰ দাতা ৰঞ্জিৎ দাসে। এই অনুষ্ঠানত উপস্থিত থাকে হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোক বাহাদুৰ ছেত্ৰী, যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি কন্ঠ কুমাৰ দাস, হৰিশিঙা আছুৰ সভাপতি বিকাশ দাস, অসমীয়া যুৱ মঞ্চৰ হৰিশিঙা আঞ্চলিকৰ সভাপতি চিন্ময় দাসকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানৰ যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি গৰাকীয়ে শ্বহীদ ভৱনটো নিৰ্মানৰ বাবে ভূমি দান কৰা ৰঞ্জিৎ দাসক এনে মহৎ কামৰ বাবে ধন্যবাদ জনোৱাৰ লগতে শ্বহীদ ভৱনটোৱে  অসমৰ জাতীয় জীৱন আৰু স্থানী লোকৰ বাবে এটি নতুন যাত্ৰাৰ সুচনা কৰিব বুলি মন্তব্য কৰে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.