ETV Bharat / state

উখল মাখল প্ৰকৃতিৰাণী ভৈৰৱকুণ্ড..... - অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত হাতী-চাফাৰী, জীপ ছাফাৰী, এটিভি, পেৰাগ্লাইডি়ংকে ধৰি বিভিন্ন দু সাহসিক ক্ৰীড়াত অংশ লৈছে পৰ্যটক সকল । ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলী মূখ্য মণ্ডপ হিচাপে লৈ আন দুটাকৈ স্থানত চলি আছে বিভিন্ন খেল-ধেমালি, দুঃসাহসিক ক্ৰীড়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।

বৰ্ণিল কাৰ্যসূচীৰে জ্বিলিকি উঠিছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

author img

By

Published : Jan 19, 2020, 1:50 PM IST

ওদালগুৰি, 19 জানুৱাৰীঃ বৰ্ণিল কাৰ্যসূচীৰে জ্বিলিকি উঠিছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ ৷ ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ অন্যতম জনপ্ৰিয় বনভোজ তথা পৰ্যটনস্থলী ভৈৰৱকুণ্ডত বিগত ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱকলৈ এতিয়া চৌদিশে উখল মাখল পৰিৱেশ । বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী । মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাৰ পৰা জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈলৈ সকলোৱে অংশ লৈছে এইবাৰৰ পৰ্যটন মহোৎসৱত । ইয়াৰ লগতে দেশ-বিদেশৰ ৰক বেণ্ডৰ গীতেৰে মূখৰিত হৈ পৰিছে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ ।

বৰ্ণিল কাৰ্যসূচীৰে জ্বিলিকি উঠিছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত হাতী-চাফাৰি, জীপ ছাফাৰী, এটিভি, পেৰাগ্লাইডি়ঙকে ধৰি বিভিন্ন দু সাহসিক ক্ৰীড়াত অংশ লৈছে পৰ্যটক সকল। ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলী মূখ্য মণ্ডপ হিচাপে লৈ আন দুটাকৈ স্থানত চলি আছে বিভিন্ন খেল-ধেমালি, দুঃসাহসিক ক্ৰীড়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । বাকী থকা দিন দুটাতো দেশী-বিদেশী শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠানে মুগ্ধ কৰিব পৰ্যটকসকসক ।

মহোৎসৱৰ প্ৰদৰ্শনীস্থলীত দেখা পোৱা গৈছে দেশ বিদেশৰ পৰা অহা বহু পৰ্যটকক ৷ কেৱল নৃত্য-গীত অথবা ক্ৰীয়াত সীমাবদ্ধ নহয় ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ ৷ মিচিং লোকসকলৰ দ্বাৰা প্ৰস্তুত কৰা খৰিকাত দিয়া মাছ, খৰিকা দিয়া গাহৰি মাংস, কুকুৰা মাংস, পলু পোকৰ বিভিন্ন থলুৱা খাদ্য আৰু পৰম্পৰাগত পানীয়ৰ সোৱাদ ল'বলৈ ভিৰ কৰেহি বহু দেশী বিদেশী পৰ্যটকে ৷

Intro:বৰ্ণিল কাৰ্যসূচীৰে জ্বিলিকি উঠিছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ
অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত এতিয়া উখল-মাখল পৰিৱেশ
বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী। মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাৰ পৰা জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈলৈ সকলোৱে সকলোৱে অংশ লৈছে এইবাৰৰ পৰ্যটন মহোৎসৱতBody:

বৰ্ণিল কাৰ্যসূচীৰে জ্বিলিকি উঠিছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ । ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ অন্যতম জনপ্ৰিয় বনভোজ তথা পৰ্যটনস্থলী ভৈৰৱকুণ্ডত যোৱা ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱকলৈ এতিয়া চৌদিশে উখল মাখল পৰিৱেশ। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী। মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাৰ পৰা জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈলৈ সকলোৱে সকলোৱে অংশ লৈছে এইবাৰৰ পৰ্যটন মহোৎসৱত। ইয়াৰ লগতে দেশ-বিদেশৰ ৰক বেণ্ডৰ গীতেৰে মূখৰিত হৈ পৰিছে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।
ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত হাতী-চাফাৰি, জীপ ছাফাৰী, এটিভি, পেৰাগ্লাইডি়ংকে ধৰি বিভিন্ন দু সাহসিক ক্ৰীড়াত অংশ লৈছে পৰ্যটক সকল।
ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলী মূখ্য মণ্ডপ হিচাপে লৈ আন দুটাকৈ স্থানত চলি আছে বিভিন্ন খেল-ধেমালি, দুঃসাহসিক ক্ৰীড়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। বাকী থকা দিন দুটাতো দেশী-বিদেশী শিল্পীৰ সাংস্কৃতিক অনু্ষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠানে মুগ্ধ কৰিব পৰ্যটকসকসক।

Byte - Amrita Gogoi. Actress
Byte - Mahadev Deka. Mr. Univers
Byte- Rihon Daimary - PHE minister.Assam Govt. Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.