ETV Bharat / state

ওদালগুৰিত ৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা - UDALGURI RAPE AND MURDER

ওদালগুৰি
ওদালগুৰিত ৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা
author img

By

Published : Jan 27, 2020, 12:07 PM IST

Updated : Jan 27, 2020, 5:37 PM IST

12:00 January 27

দেওবাৰে সন্ধিয়া দোকানলৈ গৈ থকা অৱস্থাত কিশোৰী গৰাকীক ধৰ্ষণ কৰি জংঘলত পেলাই যায় ৩ পাষণ্ডই ৷

ওদালগুৰিত ৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা

ওদালগুৰি, 27 জানুৱাৰীঃ ওদালগুৰিত মানৱ সমাজক লজ্জানত কৰা ঘটনা ৷ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ২ নং ভোলাটাত ৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰে দেওবাৰে ৷ দেওবাৰে সন্ধিয়া দোকানলৈ গৈ থকা অৱস্থাত কিশোৰী গৰাকীক ধৰ্ষণ কৰি জংঘলত পেলাই যায় ৩ পাষণ্ডই ৷ ঘটনা সন্দৰ্ভত সন্তোস তান্তী আৰু ৰৌশান মুণ্ডা নামৰ দুজন ব্যক্তিক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ ঘটনা সংঘটিত কৰা আন এজন পাষণ্ড বৰ্তমানো পলাতক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ 
 
স্থানীয় লোকৰ ভাষ্য অনুসৰি, ২৬ জানুৱাৰী তাৰিখে সন্ধিয়া ৫ মান বজাত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কন্যা শিশু গৰাকীয়ে সমীপৰে এখন দোকানত বিস্কুট কিনিবলৈ গৈছিল । তেনে সময়তে ৩ জনীয়া পাষণ্ডৰ দল এটাই কনমানি গৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি সমীপৰ জংঘলত পেলায় যায় । সোমবাৰে পুৱা কনমানিজনীৰ মৃতদেহ স্থানীয় লোকে মূমূৰ্ষ অৱস্থাত জংঘলৰ মাজত প্ৰত্যক্ষ কৰাৰ পিছতে পোহৰলৈ আহে এই লজ্জাজনক তথা ভয়ংকৰ ঘটনা । ইয়াৰ পিছতে স্থানীয় লোকে ডিমাকুছি থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে । আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত সন্তোষ তাঁতী আৰু ৰোশন মুণ্ডা নামৰ দুজন যুৱককো আটক কৰিবলৈ সক্ষম হয় যদিও বৰ্তমান এজন পলাতক হৈ আছে। 

আৰু পঢ়কঃ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ

Intro:ওদালগুৰিত মানৱ সমাজক লজ্জানত কৰা ঘটনা।

৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা

জিলা খনৰ ভূটান সীমান্তৰ ভোলাটাৰত সংঘটিত হ'ল এই লজ্জাজনক ঘটনা

দেওবাৰে সন্ধিয়া দোকানলৈ গৈ থাকোতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি জংঘলত পেলাই যায় ৩ পাষণ্ডই

ঘটনা সন্দৰ্ভত সন্তোস তান্তী আৰু ৰৌশান মুণ্ডা নামৰ দুজন লোকক কৰায়ক্ত কৰিছে আৰক্ষীয়ে।

ঘটনা সংঘটিত কৰা আন এজন পাষণ্ড বৰ্তমানো পলাতক।Body:ওদালগুৰিত মানৱ সমাজক লজ্জানত কৰা ঘটনা।

৬ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা

জিলা খনৰ ভূটান সীমান্তৰ ভোলাটাৰত সংঘটিত হ'ল এই লজ্জাজনক ঘটনা

দেওবাৰে সন্ধিয়া দোকানলৈ গৈ থাকোতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি জংঘলত পেলাই যায় ৩ পাষণ্ডই

ঘটনা সন্দৰ্ভত সন্তোস তান্তী আৰু ৰৌশান মুণ্ডা নামৰ দুজন লোকক কৰায়ক্ত কৰিছে আৰক্ষীয়ে।

ঘটনা সংঘটিত কৰা আন এজন পাষণ্ড বৰ্তমানো পলাতক।Conclusion:
Last Updated : Jan 27, 2020, 5:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.