ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক বাৰ্তা প্ৰেৰণ আলফা‌ স্বাধীনৰ

author img

By

Published : Nov 24, 2020, 8:31 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক বাৰ্তা প্ৰেৰণ আলফা‌ (স্বা) অসমৰ । মঙলবাৰে আলফা (স্বা) অসমে সভাপতি ডঃঅভিজিৎ শৰ্মাৰ স্বাক্ষৰিত প্ৰেছ বিবৃতিৰ লগতে এক ভিডিঅ' প্ৰেৰণ কৰে ।

ULFA tribute to Tarun Gogoi
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক বাৰ্তা প্ৰেৰণ আলফা‌ স্বাধীনৰ

তিনিচুকীয়া,24নৱেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক বাৰ্তা প্ৰেৰণ আলফা‌ (স্বা) অসমৰ । অসমৰ ৰাজনীতিত তিনিবাৰকৈ মুখ্যমন্ত্ৰী ৰূপে অধিষ্ঠিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আলফা (স্বা) অসমে ।

মঙলবাৰে সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফা (স্বা) অসমে সভাপতি ডঃঅভিজিৎ শৰ্মাৰ স্বাক্ষৰিত প্ৰেছ বিবৃতিৰ লগতে এক ভিডিঅ' প্ৰেৰণ কৰে । ভিডিঅ'টিত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক তেওঁৰ কৰ্মৰাজিক প্ৰশংসা কৰি জাতিৰ আয়ুসৰ এক উশাহ হৈ জীয়াই থাকিব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়কঃ ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.