ETV Bharat / state

আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক - মাৰ্ঘেৰিটাৰ আৰক্ষী থানা

সোমবাৰে মাৰ্ঘেৰিটাৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় আলফা নেতা জিতেন দত্তক ৷ কিছুদিন পূৰ্বে আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা আটক কৰিছিল আলোচনাপন্থী আলফা নেতা গৰাকীক ৷

margherita
জিতেন দত্ত
author img

By

Published : Dec 23, 2019, 6:11 PM IST

মাৰ্ঘেৰিটা, 23 ডিচেম্বৰঃ সোমবাৰে আলফা নেতা জিতেন দত্তক মাৰ্ঘেৰিটাৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়৷ আদালাতত উপস্থিত হৈ তেওঁ ভালে আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ লগতে ৰাইজক শান্তিপূৰ্ণভাৱে আন্দোলন চলাই যোৱাৰো আহ্বান জনাই আলফা নেতা গৰাকীয়ে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত আছিল জিতেন দত্ত ৷

আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক

উল্লেখ্য যে, দেওবাৰে নিশা গুৱাহাটী বিশেষ শাখাই আলফা নেতা গৰাকীক প্ৰথমে মাৰ্ঘেৰিটাৰ আৰক্ষী থানালৈ লৈ আহে ৷ থানাত তেওঁক 4 ঘন্টা জেৰা চলোৱা পাচত মাৰ্ঘেৰিটাৰ এচ ডি জে এম আদালাতত হাজিৰ কৰোৱা হয় ৷ উল্লেখ্য যে, চেক্সন 121(b) ,21 IPCৰ অধীনৰ লগতে আন বহু কেইটা জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আলোচনা পন্থী আলফা নেতা জিতেন দত্তক ৷

লগতে পঢ়ক- গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিবাদ

Intro: মাৰ্ঘেৰিটা ৰ মহকুমা ন্যায়িক আদালতত হাজিৰ আলফা নেতা জিতেন দত্তক । সাংবাদিকক ক'লে - ভালেই আছো মই । ৰাইজক শান্তুিপূৰ্ণ ভাৱে আন্দোলন চলাই যোৱাৰ আহ্বান ।নিশা গুৱাহাটী বিশেষ শাখাই প্ৰথম মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত উপস্থিত কৰাই তাৰ পাছতে প্ৰায় 4 ঘণ্টা সময় জেৰা চলাই।তাৰ পাছতে মাৰ্ঘেৰিটা SDJM court হাজিৰ কৰাই।উল্লেখ্য যে section 121(b) ,21 IPC অধীনত লগতে আৰু বহু কেইটা জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে আলোচনা পন্থী আলফা নেতা jitten dutta।Body:Byte-jitan dutta ulfa
Byte-AdvocateConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.