লিডু, ১৫ জুন : লক্ ডাউনৰ মাজতে সোমবাৰে তিনিচুকীয়াৰ লিডুত আটক দুই দুধৰ্ষ NSCN(IM)ৰ সদস্য ।
গোপন খবৰৰ ভিত্তিত অভিযান চলাই সেনাই আটক কৰে দুয়ো জন সদস্যক ।
আটকাধীন NSCN(IM)ৰ সদস্য দুগৰাকী ক্ৰমে লেফটেনেন্ট কৰ্ণেল ৰামপং শাখোন ওৰফে জনি আৰু ছাৰ্জেন্ট কছোং চাংকি বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ আশু আৰোগ্য কামনাৰে পূজা-অৰ্চনা
লগতে পঢ়ক :