ETV Bharat / state

Tinsukia Student leader death: ক্ৰেছাৰ মেচিনত সোমাই প্ৰাক্তন ছাত্ৰনেতাৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Dec 7, 2022, 11:03 PM IST

ডিমা হাচাওত ৰহস্যজনক অৱস্থাত মৃত্যু তিনিচুকীয়াৰ আছুৰ প্ৰাক্তন ছাত্ৰনেতাৰ ৷ ক্ৰেছাৰ মেচিনত সোমাই মৃত্যু সদৌ অসম ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ প্ৰাক্তন উপ-সভাপতি অশোক বৰশইকীয়াৰ ৷

Tinsukia Student leader death in Dima Hasao
কাৰাখানাৰ ক্ৰেচাৰ মেচিনত সোমাই প্ৰাক্তন ছাত্ৰনেতাৰ ৰহস্যজনক মৃত্যু

  • ৰাজ্যত মইনা নায়ককাণ্ডৰ পুনৰাবৃত্তি
  • ডিমা হাছাও জিলাৰ পানীমুৰ কোকডালাংছোত শোকাৱহ ঘটনা
  • কাৰাখানাৰ ক্ৰেছাৰ মেচিনত সোমাই মৃত্যু অশোক বৰশইকীয়াৰ
  • অশোক বৰশইকীয়াৰ ঘৰ তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ সোণোৱাল গাঁৱত
  • অশোক বৰশইকীয়া সদৌ অসম ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ উপ-সভাপতি আছিল
  • কৰ্মসূত্ৰে ডিমা হাছাও জিলাৰ পানীমুৰ কোকডালাংছোত আছিল অশোক বৰশইকীয়া
  • বৰশইকীয়াৰ মৃত্যুৰ পাছতে তিনিচুকীয়াৰ আৰক্ষী-প্ৰশাসনৰ সৈতে যোগাযোগ জিলা ছাত্ৰ সন্থাৰ
  • আছু নেতাগৰাকীৰ মৃতদেহ নিজাগৃহলৈ অনাৰ ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই প্ৰশাসনক
  • এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ
  • আজি প্ৰাক্তন ছাত্ৰনেতাগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত অৰ্ধনমিত ৰখা হয় আছুৰ পতাকা
  • নিহত ছাত্ৰ নেতাগৰাকীৰ পৰিয়ালবৰ্গক উপযুক্ত ক্ষতিপূৰণ দিবলৈ প্ৰশাসন তথা চৰকাৰৰক দাবী সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.