তিনিচুকীয়া,22 জুলাইঃ দেওবাৰে নিশা তিনিচুকীয়াৰ লাংকাছিত অইলৰ পাইপ লাইনত ভয়াৱহ অগ্নিকাণ্ডৰ সূত্রপাত সংঘটিত হয় ৷ প্ৰাপ্ত বাতৰি মতে লাংকাছি আৰক্ষী চকীৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ ৩৮৭ নম্বৰ তৈলখাদৰ সৈতে সংযোগী এডাল পাইপ লাইনত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে ৷ এই অগ্নিকাণ্ডৰ ফলত বৃহত্তৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও পিচত ঘটনাস্থলীত আৰক্ষী,অইলৰ নিজা নিৰাপত্তা বিভাগ আৰু অইলৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনী গাড়ী উপস্থিত হৈ প্ৰায় আধা ঘণ্টা সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ইফালে এই পৰ্যন্ত অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷ দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাত হয় বুলি জানিব পৰা গৈছে ৷ শেহতীয়াকৈ উক্ত স্থানত অহৰহ গতিত তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে যদিও অইলৰ বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে তেল নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷
নিশা তিনিচুকীয়াৰ লাংকাছিত অইলৰ পাইপ লাইনত ভয়াৱহ অগ্নিকাণ্ড
দেওবাৰে নিশা তিনিচুকীয়াৰ লাংকাছিত অইলৰ পাইপ লাইনত ভয়াৱহ অগ্নিকাণ্ডৰ সূত্রপাত সংঘটিত হয় ৷ প্ৰাপ্ত বাতৰি মতে লাংকাছি আৰক্ষী চকীৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ ৩৮৭ নম্বৰ তৈলখাদৰ সৈতে সংযোগী এডাল পাইপ লাইনত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে ৷
তিনিচুকীয়া,22 জুলাইঃ দেওবাৰে নিশা তিনিচুকীয়াৰ লাংকাছিত অইলৰ পাইপ লাইনত ভয়াৱহ অগ্নিকাণ্ডৰ সূত্রপাত সংঘটিত হয় ৷ প্ৰাপ্ত বাতৰি মতে লাংকাছি আৰক্ষী চকীৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ ৩৮৭ নম্বৰ তৈলখাদৰ সৈতে সংযোগী এডাল পাইপ লাইনত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে ৷ এই অগ্নিকাণ্ডৰ ফলত বৃহত্তৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও পিচত ঘটনাস্থলীত আৰক্ষী,অইলৰ নিজা নিৰাপত্তা বিভাগ আৰু অইলৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনী গাড়ী উপস্থিত হৈ প্ৰায় আধা ঘণ্টা সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ইফালে এই পৰ্যন্ত অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ৷ দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাত হয় বুলি জানিব পৰা গৈছে ৷ শেহতীয়াকৈ উক্ত স্থানত অহৰহ গতিত তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে যদিও অইলৰ বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে তেল নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ৷
OC/VO:-দেওবাৰে নিশা তিনিচুকীয়াৰ লাংকাছিত অইলৰ পাইপ লাইনত ভয়াৱহ অগ্নিকাণ্ডৰ সূত্রপাত সংঘটিত হয়৷প্ৰাপ্ত বাতৰিমতে লাংকাছি আৰক্ষী চকীৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ ৩৮৭ নম্বৰ তৈলখাদৰ সৈতে সংযোগী এডাল পাইপলাইনত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে৷এই অগ্নিকাণ্ডৰ ফলত বৃহত্তৰ অঞ্চলটোত এক আতংকময় পৰিবেশৰ সূষ্টি হয় যদিও পিচত ঘটনাস্থলীত আৰক্ষী,অইলৰ নিজা নিৰাপত্তা বিভাগ আৰু অইলৰ দুখনকৈ অগ্নিনিৰ্বাপক বাহিনী গাড়ী উপস্থিত হৈ প্ৰায় আধা ঘণ্টা সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ ইফালে এইপৰ্যন্ত অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ পৰিমাণ জানিবপৰা হোৱা নাই৷দুস্কূতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাত হয় বুলি জানিবপৰা গৈছে শেহতীয়াকৈ উক্ত স্থানত অহৰহ গতিত তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে যদিও অইলৰ বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে তেল নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে৷Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷