ETV Bharat / state

তিনিচুকীয়াত পুনৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Aug 21, 2019, 11:09 PM IST

তিনিচুকীয়াত পুনৰ জব্দ হ'ল এখন চোৰাং কাঠভৰ্তি ট্ৰাক ৷ মঙলবাৰে ট্ৰাক ষ্টেণ্ডৰ এখন ট্ৰাক জব্দ কৰাৰ পিছতে বুধবাৰে পুনৰ আন এখন চোৰাং কাঠভৰ্তি ট্ৰাক মাকুমত বিজেপি যুৱ মৰ্ছাই জব্দ কৰে ৷

তিনিচুকীয়াত পুনৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

তিনিচুকীয়া,21আগষ্টঃ বুধবাৰে তিনিচুকীয়াত পুনৰ জব্দ হ'ল এখন চোৰাং কাঠভৰ্তি ট্ৰাক । ইখনৰ পিছত সিখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ হোৱা ঘটনাই প্ৰমাণ কৰিছে জিলাখনত অবৈধ চোৰাং ব্যৱসায়সমূহ ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ দীৰ্ঘদিন ধৰি অৰুণাচলৰ অবৈধ চোৰাং কাঠসমূহ তিনিচুকীয়া চহৰৰ মাজেৰে ৰাজ্যখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ হৈ থকাৰ অভিযোগ উঠিছে ৷ আনহাতে মঙলবাৰে ট্ৰাক ষ্টেণ্ডৰ এখন ট্ৰাক জব্দ কৰাৰ পিছতে বুধবাৰে পুনৰ আন এখন চোৰাং কাঠভৰ্তি ট্ৰাক মাকুমত বিজেপি যুৱ মৰ্ছাই জব্দ কৰে ৷ পাচত মাকুম আৰক্ষীক গতাই দিয়াৰ লগতে তদন্তৰ বাবে এখন এজাহাৰ দাখিল কৰে ৷

তিনিচুকীয়াত পুনৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

জানিব পৰা মতে ১০ জুলাইত পানীতোলাত জব্দ কৰা মৌচম শইকীয়াৰ চোৰাং কাঠভৰ্তি ট্ৰাকখন বন বিভাগৰক মেনেজ কৰি কৌশলৰে মোকোলাই নিছিল ।

Intro:STORY:- তিনিচুকীয়াত পুনৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

OC/VO:-তিনিচুকীয়াত পুনৰ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ হৈছে। ইখনৰ পিছত সিখন চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ হোৱা ঘটনাই প্ৰমাণ কৰিছে তিনিচুকীয়া জিলাত অবৈধ চোৰাং ব্যৱসায় সমূহ ব্যাপক হাৰত চলিছে।অৰুণাচলৰ অবৈধ চোৰাং কাঠ সমূহ তিনিচুকীয়া চহৰৰ মাজেৰে ৰাজ্য খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি থকাৰ সময়তে মঙ্গল বাৰে চহৰৰ মাজ মজিয়াত থকা ট্ৰাক ষ্টেণ্ডৰ পৰা নিমেশ পাটোৱাৰী নামৰ চোৰাং কাঠ বেপাৰীজনৰ এখন ট্ৰাক জব্দ কৰাৰ পিছতে বুধবাৰে পুনৰ আন এখন চোৰাং কাঠভৰ্তি ট্ৰাক মাকুমত বিজেপি যুৱ মৰ্ছাই জব্দ কৰি মাকুম আৰক্ষীক গতাই দিয়াৰ লগতে তদন্তৰ বাবে এখন এজাহাৰ দাখিল কৰে বিজেপি জিলা যুৱ মর্ছাই। ইপিনে মাকুম আৰক্ষীয়ে চোৰাং কাঠভৰ্ত্তি ট্ৰাকখনত থকা কাঠ সমূহ পৰীক্ষা কৰিবলৈ বন বিভাগৰ হাতত গোটেই দিছে।জানিব পৰা মতে অৰুণাচলৰ পৰা অহা চোৰাং কাঠভৰ্তি ট্ৰাকখন যোৰহাটৰ চোৰাং কাঠ বেপাৰী মৌচম শইকীয়াৰ।উল্লেখ্য যে,১০ জুলাইত পানীতোলাত জব্দ কৰা মৌচম শইকীয়াৰ চোৰাং কাঠভৰ্তি ট্ৰাকখন বন বিভাগৰক মেনেজ কৰি কৌশলৰে মোকোলাই নিছিল। আনহাতে জিলা খনত চলি থকা চোৰাং কাঠ,কাঠা,গৰু,তেলৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে বিজেপি যুৱ মছাই।

Body:BYET:-শান্তনু দত্ত,সম্পাদক,বিজেপি যুৱ মৰ্চা

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.