ETV Bharat / state

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ স্বৰ্গ যাত্ৰা বাহন প্ৰদান

author img

By

Published : Sep 11, 2019, 10:15 AM IST

তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আছুৰ মৃতদেহ কঢ়িওৱা গাড়ী উদ্বোধন লুৰিনজ্যোতি গগৈৰ ৷

তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ স্বৰ্গ যাত্ৰা বাহন প্ৰদান

তিনিচুকীয়া,১০ ছেপ্টেম্বৰঃ মংগলবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত এখন মৃতদেহ কঢ়িওৱা গাড়ী প্ৰদান কৰে । মূলতঃ দৰিদ্ৰ লোকসকলে অৰ্থৰ অভাৱত মৃতদেহ নিবলৈ অপাৰগ হয় । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেডৰ সৈতে আলোচনা কৰি সকলো শ্ৰেণীৰ দুখীয়া লোকৰ সুবিধাৰ্থে এখন বাহন প্ৰদান কৰিবলৈ আগবাঢ়ি আহে । মংগলবাৰে অনুষ্ঠানিক ভাৱে স্বৰ্গ যাত্ৰা বাহন খন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে উদ্বোধন কৰি চিকিৎসালয় কৰ্তৃপক্ষক প্ৰদান কৰে । ইফালে আছুৰ এই মানৱ দৰদী কাৰ্যক তিনিচুকীয়াবাসী ৰাইজে একমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে ।

Intro:STORY:- তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আছুৰ মৃতদেহ কঢ়িওৱা গাড়ী উদ্বোধন লুৰিনজ্যোতি গগৈৰ

তিনিচুকীয়া,১০ ছেপ্টেম্বৰ:-মঙ্গলবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত এখন মৃতদেহ কঢ়িওৱা গাড়ী প্ৰদান কৰে। মূলতঃ দৰিদ্ৰলোক সকলে মানুহৰ মৃত্যুৰ পিচতেই মৃতদেহ নিবলৈ অপাৰগ হয় অৰ্থৰ অভাৱত।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেড ৰ সৈতে আলোচনা কৰি সকলো শ্রেণীৰ দুখীয়া লোকৰ সুবিধাৰ্থে এখন বাহন প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। মঙ্গল বাৰে অনুষ্ঠানিক ভাৱে স্বৰ্গ যাত্ৰা বাহন খন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে উদ্বোধন কৰি চিকিৎসালয় কৰ্তৃপক্ষক প্ৰদান কৰে। ইফালে আছুৰ এই মানৱ দৰদী কাৰ্যক তিনিচুকীয়াবাসী ৰাইজে একমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে।

Body:BYET:- লুৰিনজ্যোতি গগৈ,সাধাৰণ সম্পাদক, সদৌ অসম ছাত্ৰ সন্থা।

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.