ETV Bharat / state

ভোগালীৰ আনন্দৰ মাজতে শিশুসকলৰ বৈপ্লৱিক সংগীত পৰিৱেশন - ভোগালী

CAA ৰ বিৰোধিতাৰে তিনিচুকীয়াৰ ফীল'বাৰীত উৰুকাৰ ভেলাঘৰত কণ-কণ শিশু শিল্পীসকলৰ বৈপ্লৱিক সংগীতানুষ্ঠান ৷

ভোগালীৰ ভেলাঘৰ
ভোগালীৰ ভেলাঘৰ
author img

By

Published : Jan 16, 2020, 9:58 AM IST

তিনিচুকীয়া, 16 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ভিন্ন ধৰণে অব্যাহত আছে প্ৰতিবাদ ৷ ভোগালী বিহুৰ উলাহ উদ্দীপনাৰ মাজতো তিনিচুকীয়াৰ ফীল'বাৰীত CAA বিৰোধী প্ৰতিবাদ ৷ ফীল'বাৰীৰ শিশুসকলেৰে গঠিত পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠী আৰু ফিল'বাৰী সুৰ বাহিনীৰ কণ-কণ শিশু শিল্পীসকলে, গাভৰুভেটি যুৱ সমাজে আয়োজন কৰা উৰুকাৰ সন্ধিয়া ভেলাঘৰত CAA ৰ বিৰোধ কৰি বিপ্লৱী সংগীতেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

ফীল'বাৰীত কণ কণ শিশুৰ বিপ্লৱী সংগীতেৰে জীপাল ভোগালীৰ ভেলাঘৰ

লগতে পঢ়কঃ নগাঁৱত মেজিৰ জুইত জ্বলিল CAA ৰ প্ৰতিলিপি

Intro:Date: 16-01-2020

Slug: মাঘ বিহুৰ সমান্তৰালকৈ চলিছে "কা" বিৰোধী আন্দোলন ।

:কণ-কণ শিশুৰ বিপ্লৱী সংগীতেৰে জীপাল কৰি তুলিছে ভোগালীৰ ভেলাঘৰ ।

V/O: ৰাজ্যত ভোগালী বিহুৰ সমান্তৰালকৈ চলিছে নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলন, প্ৰতিবাদ । তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ শিশু শিল্পীসকলেৰে গঠিত পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠী আৰু ফিল'বাৰী সুৰ বাহিনীৰ কণ-কণ শিশু শিল্পীসকলে গীতে মাতে অব্যাহত ৰাখিছে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদ । গাভৰুভেটি যুৱ সমাজে অায়োজন কৰা মাঘ বিহুৰ ভেলাঘৰত সন্ধিয়া স্থানীয় শিশু শিল্পীসকলে বিপ্লৱী সংগীতেৰে জীপাল কৰি তুলে ভোগালীৰ ভেলাঘৰ । উল্লেখযোগ্য যে, মাঘ বিহুৰ ভেলাঘৰ পৰম্পৰাগত ভাৱে জ্বলাই দিয়াৰ নিয়ম যদিও "কা" বিৰোধীতাৰ বাবে জ্বলোৱাৰ পৰিৱৰ্তে ভেলাঘৰটো প্ৰতিবাদ স্থলিলৈ ৰূপান্তৰ কৰা হ'ব বুলি জনাই । নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধীতাৰে এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি উদ্যোগতা সকলে উল্লেখ কৰে ।

Byte: উদ্যোগতা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 16-01-2020

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.