ETV Bharat / state

বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপেৰে ৰেকৰ্ড গঢ়িছে এজন যুৱকে - প্ৰশান্ত মুখাৰ্জী

লক ডাউনৰ সময়ছোৱাত ৰেকৰ্ড কঢ়িয়াই আনি তিনিচুকীয়ালৈ সুনাম কঢ়িয়াই আনিছে প্ৰশান্ত মুখাৰ্জী নামৰ যুৱকজনে ৷ বিভিন্ন অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰায় 302 খন মানপাত্ৰ লাভ কৰি অসম বুক অৱ ৰেকৰ্ড,ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ লগতে ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডৰ খিতাপ লাভ কৰিছে প্ৰশান্তই ৷

Tinsukia boy record to get National and International prizes during lockdown
বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপেৰে ৰেকৰ্ড গঢ়িছে এজন যুৱকে
author img

By

Published : Oct 12, 2020, 3:56 PM IST

তিনিচুকীয়া,12 অক্টোবৰ: লকডাউনৰ সময়ত সকলোৱে নিজৰ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল যদিও কিছু কিছু লোকে নিজ প্ৰতিভা বিকশিত কৰা পৰিলক্ষিত হৈছে ৷ লকডাউনৰ এই সময়ছোৱাত বহি নাথাকিল তিনিচুকীয়াৰ এজন যুৱক।

বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপেৰে ৰেকৰ্ড গঢ়িছে এজন যুৱকে

প্ৰশান্ত মুখাৰ্জী নামৰ যুৱকজনে নিজ বাসগৃহৰ পৰাই বিভিন্ন অনলাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰায় 302 খন মানপাত্ৰ লাভ কৰি অসম বুক অৱ ৰেকৰ্ড,ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ লগতে ইণ্টাৰনেশ্যনেল বুক অৱ ৰেকৰ্ডৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰশান্তৰ এই কাৰ্যক লৈ তেওঁৰ পৰিয়ালৰ লগতে গৌৰৱান্বিত হৈছে তিনিচুকীয়াবাসী ৷

তেওঁ বিভিন্ন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান যেনে- Oxford,Stanford,Harvard আৰু Space agency NASA,WHO,UNICEF আদিয়ে অনুষ্ঠিত কৰা বিভিন্ন কুইজ,অনলাইন কোচিঙৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানপাত্ৰ লাভ কৰিবলৈ সক্ষম হয় ৷

তেওঁৰ পৰৱৰ্তী পৰিকল্পনা Guinness Book of World Record খিতাপ অৰ্জন কৰা বুলি যুৱকজনে ইটিভি ভাৰতযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: দেৰগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.