ETV Bharat / state

মাকুমত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ - অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ

মাননী বৃদ্ধি কৰাৰ লগতে অৱসৰৰ পিচত এককালীন সাহাৰ্য প্ৰদানৰ দাবী

মাকুমত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ
author img

By

Published : Feb 22, 2019, 7:14 PM IST

তিনিচুকীয়া,২২ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ বাজেটত অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কোনো আঁচনি নৰখাৰ অভিযোগ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ । শুকুৰবাৰে মাকুমৰ সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই অভিযোগ তুলিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ হাপজান প্ৰকল্প শাখাৰ শতাধিক কৰ্মী সহায়িকাই।

মাকুমত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ

মাননী বৃদ্ধিৰ লগতে অৱসৰৰ পিচত এককালীন সাহাৰ্য প্ৰদানৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে। যদিহে অৱসৰৰ পিচত কৰ্মী সহায়িকাসকলক এককালীন সাহাৰ্যৰ ব্যৱস্থা নকৰে তেনেহলে তেওঁলোকে অৱসৰ নলয় বুলিও হুংকাৰ দিয়ে।

Intro:Story: মাকুমত অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদ ।

Oc/vo:- ৰজ্যচৰকাৰৰ বাজেটত অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ বাবে কোনো আচনি নৰখাৰ অভিযোগ অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ । শুক্ৰবাৰে মাকুমৰ সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়াৰ কাৰ্য্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি এই অভিযোগ তুলিছে অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাই । অসম ৰাজ্যিক অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ হাপজান প্ৰকল্প শাখাৰ শতাধিক কৰ্মী সহায়িকাই অৱস্থান ধৰ্মঘত কাৰ্যসূচী ৰূপায়ন কৰি কৰ্মী সহায়িকা সকলৰ মাননী বৃদ্ধি কৰাৰ লগতে অৱসৰৰ পিছত এককালীন সাহাৰ্য্য প্ৰদানৰ দাবীৰে উত্তাল কৰে মাকুমস্থিত প্ৰকল্প বিষয়াৰ কাৰ্য্যালয় । কৰ্মী সকলৰ ওপৰত অত্যাধিক কৰ্মৰ বোজা জাপি কামৰ অনুপাতে মাননী বৃদ্ধি কৰা নাই বুলি অভিযোগ তোলি কৰ্মী সহায়িকা সকলৰ মাননী বৃদ্ধি আৰু নিয়মীয়াকৰণ কৰিবলৈ দাবী জনাইছে অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাই । আনহাতে যদিহে অৱসৰৰ পিছত কৰ্মী সহায়িকাসকলক এককালীন সাহাৰ্য্যৰ ব্যৱস্থা নকৰে তেনেহলে তেওঁলোকে অৱসৰ নলয় বুলিও হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।Body:BYET:- অংগনবাদী সহায়িকাConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.