ETV Bharat / state

পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈ সন্ধানহীন

author img

By

Published : Jan 5, 2020, 11:38 PM IST

৩ জানুৱাৰীত তিনিচুকীয়া ITI খেলপথাৰত হোৱা গণ হুংকাৰ কাৰ্যসূচীলৈ গৈ নিৰুদ্দেশ হয় ছাত্ৰ নেতাজন ৷

পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈ সন্ধানহীন
পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈ সন্ধানহীন
  • বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈ সন্ধানহীন
  • ৩ জানুৱাৰীত তিনিচুকীয়া ITI খেলপথাৰত হোৱা গণ হুংকাৰ কাৰ্যসূচীলৈ গৈ নিৰুদ্দেশ ছাত্ৰ নেতাজন
  • সন্ধানহীন ছাত্ৰ নেতাজনৰ ঘৰ তিনিচুকীয়াৰ পেঙেৰী নগাপথাৰ গাঁৱত
  • পেঙেৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ

Intro:Breaking News

পেঙেৰীৰ আছু নেতা সন্ধানহীনক লৈ চাঞ্চল্য ।

বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈ সন্ধানহীন ।

৩ জানুৱাৰী তাৰিখে তিনিচুকীয়া ITI খেলপথাৰত হোৱা গণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছে ছাত্ৰ নেতাজন ।

সন্ধানহীন ছাত্ৰ নেতাজনৰ ঘৰ পেঙেৰী নগাপথাৰ গাঁৱত ।

ইতিমধ্য পৰিয়ালৰ লোকে সন্ধানহীন সম্পৰ্কে পেঙেৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Breaking News

পেঙেৰীৰ আছু নেতা সন্ধানহীনক লৈ চাঞ্চল্য ।

বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজু গগৈ সন্ধানহীন ।

৩ জানুৱাৰী তাৰিখে তিনিচুকীয়া ITI খেলপথাৰত হোৱা গণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছে ছাত্ৰ নেতাজন ।

সন্ধানহীন ছাত্ৰ নেতাজনৰ ঘৰ পেঙেৰী নগাপথাৰ গাঁৱত ।

ইতিমধ্য পৰিয়ালৰ লোকে সন্ধানহীন সম্পৰ্কে পেঙেৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.