ETV Bharat / state

এইবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ - তিনিচুকীয়াত এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা আৰক্ষীৰ

আকৌ অসম আৰক্ষীক লজ্জানত কৰিলে তিনিচুকীয়া জিলাৰ বাৰেকুৰী থানাৰ এগৰাকী আৰক্ষী কনিষ্ঠবলে ৷ এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা তিনিচুকীয়াৰ বাৰেকুৰী থানাৰ এজন আৰক্ষী কনিষ্ঠবলৰ ৷

ৰক্ষকেই ভক্ষকৰ ৰূপত তিনিচুকীয়া আৰক্ষী
author img

By

Published : Oct 14, 2019, 9:32 PM IST

তিনিচুকীয়া,14 অক্টোবৰ : তিনিচুকীয়াত উদক ভেটা ৰখীয়া পটাৰ দৰে কাৰ্য সংঘটিত হৈছে ৷ পুনৰ আৰক্ষীৰ গাত চেকা লগালে তিনিচুকীয়াৰ বাৰেকুৰী থানৰ এজন আৰক্ষীয়ে । এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা বাৰেকুৰী থানাৰ আৰক্ষী দ্বীপেন চুতীয়াৰ ৷ আৰক্ষীৰ এই নিলৰ্জ্জ কাণ্ডৰ পাছত দোষী আৰক্ষীক শাস্তিৰ দাবীৰে বাৰেকুৰী থানা উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে ।

ঘটনা অনুসৰি কিশোৰী গৰাকীৰ ঘৰত থকা দোকানলৈ গৈছিল আৰক্ষী জন ৷ দোকানত আন কোনো নথকাৰ সুযোগ লৈ কিশোৰী গৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাই আৰক্ষী জোৱানজনে ৷ ইমানেই নহয়, ঘটনাটোৰ কথা আনক জ্ঞাত নকৰিবলৈ পইচা পৰ্যন্ত দিব বিচাৰিছিল কিশোৰী গৰাকীক । ইপিনে উক্ত ঘটনাটো বাৰেকুৰী থানাই গাপ দিব বিচৰাৰ লগতে আৰক্ষী কনিষ্ঠবলজনক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । গতিকে এই ঘটনাৰ বিৰুদ্ধে বাৰেকুৰী থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷

ৰক্ষকেই ভক্ষকৰ ৰূপত তিনিচুকীয়া আৰক্ষী
Tinisukia Sexual harassment by police
তিনিচুকীয়া বাৰেকুৰী থানাৰ অভিযুক্ত আৰক্ষী দ্বীপেন চুতীয়া

Intro:Breaking:

●পুনৰ আৰক্ষীৰ গাত চেকা লগালে তিনিচুকীয়াৰ বাৰেকুৰী থানৰ এজন আৰক্ষীয়ে।

●এগৰাকী কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাইছিল বাৰেকুৰী থানাৰ আৰক্ষী দ্বীপেন চুতীয়াই ।

● দোষী আৰক্ষীক শাস্তিৰ দাবীৰে স্থানীয় ৰাইজে উত্তপ্ত কৰি তোলে বাৰেকুৰী থানা।

●কিশোৰী গৰাকীৰ ঘৰত থকা দোকানলৈ গৈছিল আৰক্ষী জন।

●ঘটনাটোৰ কথা কাকো নকবলৈ পইচা দিব বিচাৰিছিল কিশোৰী গৰাকীক।

●বাৰেকুৰী থানাই আৰক্ষী বিষয়া জনক সুৰক্ষা দিয়াৰ অভিযোগ ৰাইজৰ ।Body:Byet:- ভুক্তভোগীConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.