ETV Bharat / state

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মাটিয়েখানা গাঁৱৰ 4 যুৱক - বাঘ মানুহৰ সংঘাত

লাইপুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাটিয়েখানা গাঁৱত গঞাৰ নিদ্ৰা হৰণ কৰিছে বাঘে ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে গাঁওখনৰ 4 যুৱক ৷

বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত  মাটিয়েখানা গাঁৱৰ 4যুৱক

author img

By

Published : May 22, 2021, 7:02 AM IST

তিনিচুকীয়া,22 মে’: ৰাজ্যত বন্য প্ৰাণী মানুহৰ সংঘাত অব্যাহত থকা সময়তে তিনিচুকীয়াত পোহৰলৈ আহিছে বাঘ-মানুহৰ সংঘাতৰ এক ঘটনা ৷ তিনিচুকীয়াৰ লাইপুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাটিয়েখানা গাঁৱত বাঘে নিদ্ৰাহৰণ কৰিছে গাঁওবাসীৰ ৷ 20 মে’ত বাঘৰ আক্ৰমণত মাটিয়েখানা গাঁৱত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৪ জন যুৱক ৷

বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত  মাটিয়েখানা গাঁৱৰ 4যুৱক
বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত মাটিয়েখানা গাঁৱৰ 4যুৱক

প্ৰাপ্ত তথ্য অনুসৰি, আঘাতপ্ৰাপ্ত ব্যক্তিসকল ক্ৰমে নিতু গগৈ, দ্বীপ বৰগোহাঞি, লক্ষ্য গগৈ আৰু বিনয় গগৈ ৷ আহত লোকসকল বৰ্তমানেও চিকিৎসাধীন অৱস্থাতে আছে বুলি জানিব পৰা গৈছে ৷ মাটিয়েখানা গাঁৱত এতিয়া বাঘৰ গোজৰণিত আতংকিত কৰিছে সকলোৰে ৷ উল্লেখ্য যে, কালি আৰ্থাৎ 21 মে’ত দিনৰ ভাগত গাঁৱৰ স্থানীয় কেইজনমান যুৱকে বাঘটো দেখা পাইছিল ৷

কিন্তু পৰিতাপৰ বিষয় যে, বন বিভাগক এই বিষয়ে বাৰম্বাৰ অৱগত কৰাৰ পাচতো অঞ্চলটোত উপস্থিত হোৱা নাই বন বিভাগৰ লোক কোনো লোক ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি এই ক্ষেত্ৰত বৰডুবি আৰক্ষী চকীৰ আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছে ৷

লগতে পঢ়ক: ১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.