শদিয়া, 25 জানুৱাৰীঃ দেওবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হ’ব গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ দিনটোতে শদিয়া আৰক্ষীৰ তিনি কনিষ্টবললৈ বিশেষ সন্মান ৷ অসম আৰক্ষীৰ ‘মেৰিটৰিয়াচ চাৰ্ভিছ’ৰ বাবে লাভ তিনিওগৰাকীকে প্ৰদান কৰা হ’ব মেডেল ৷ মেডেল লাভ কৰিছে কনিষ্টবল বিজয় সোণোৱাল, NAIK শ্ৰী কৃষ্ণকান্ত লাহন আৰু কনিষ্টবল বিজয় শইকীয়া ৷
লগতে পঢ়ক-71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ৰাজ্য