ETV Bharat / state

প্ৰাপ্য ধন আদায় নিদিয়াকৈ পলাই গ’ল মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেড !!

author img

By

Published : Jun 20, 2019, 4:47 PM IST

পলাই গ'ল বহুজাতিক চাহ কোম্পানী উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেড । প্ৰাপ্য ধন আজিও নাপালে বহু ঠিকাদাৰে ।

প্ৰাপ্য ধন আদায় নিদিয়াকৈ পলাই গ’ল সিবৰ্তাধিকাৰী

তিনিচুকীয়া, 20 জুন: অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গোপনে তিনিচুকীয়া জিলাৰ আঠখনকৈ চাহ বগিচা M. K. Shah Exports Limited ক বিক্ৰী কৰিছিল । মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধীনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ সৰু-সৰু ঠিকাদাৰসকলে কাম কৰা টকা আজিকোপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M. K. Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে। বিভিন্ন সময়ত এইসকল ঠিকাদাৰে M. K.Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে।

প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য আদায় লাভ নকৰাত এতিয়া শংকিত হৈ পৰিছে এইসকল ঠিকাদাৰৰ লগতে তেওঁলোকৰ পৰিয়ালসমূহ। বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত এইবাৰ এইসকল ঠিকাদাৰ কাষ চাপিছে সংবাদ মাধ্যমৰ। ঠিকাদাৰসকলৰ দাবী,একসপ্তাহৰ ভিতৰত যদি তেওঁলোকৰ প্ৰাপ্য নাপাই তেন্তে M.K.Shah Exports Limitedৰ মালিকাধীন সকলো বাগিছাত যোগান বন্ধ কৰিব।

Intro:Date: 20-06-2019

Sluge: পলাই গ'ল বহুজাতিক চাহ কোম্পানী উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেড ।
প্ৰাপ্য ধন (Liability Bill) আজিও নাপালে বহু ঠিকাদাৰে ।

V/O: অসমৰ চাহ বাগিচাসমূহ উইলিয়ামচন মেগৰ কোম্পানীৰ মালিকানাধীন মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ ১ জুলাই তাৰিখে গুপনে তিনিচুকীয়া জিলাৰ আঠখনকৈ চাহ বগিচা M. K. Shah Exports Limited ক বিক্ৰী কৰিছিল । মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধিনৰ এই আঠখনকৈ চাহ বাগিচাত কাম কৰা প্ৰায় ৫০ জনকৈ সৰু-সৰু ঠিকাদাৰসকলে কাম কৰা (Liability Bill) টকা আজিকুপতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইফালে নতুনকৈ বাগিচা ক্ৰয় কৰা M. K. Shah Exports Limited কৰ্তৃপক্ষই বিভিন্ন অজোহাত দেখুৱাই এইসকল ঠিকাদাৰে পাবলগীয়া প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে । বিভিন্নসময়ত এইসকল ঠিকাদাৰে M. K. Shah Exports Limited কৰ্তৃপক্ষক মৌখিক আৰু লিখিতভাৱে জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ঠিকাদাৰসকলে । প্ৰায় ১৪ মাহ অতিক্ৰম কৰাৰ পাছতো প্ৰাপ্য আদায় লাভ নকৰাত এতিয়া সংকিত হৈ পৰিছে এইসকল ঠিকাদাৰৰ লগতে তেওলোকৰ পৰিয়ালসমূহ । বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো বহুজাতিক চাহ বাগিচা কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত এইবাৰ এইসকল ঠিকাদাৰ কাষ চাপিছে সংবাদ মাধ্যমৰ । ঠিকাদাৰসকলৰ দাবী, একসপ্তাহৰ ভিতৰত যদি তেওলোকৰ প্ৰাপ্য নাপাই তেন্তে M. K. Shah Exports Limited মালিকাধীন সকলো বাগিছাত যোগান বন্ধ কৰিব ।

Byte: ভুক্তভোগী ঠিকাদাৰ ।
Byte: পৰিচালক, বৰডুবি চাহ বাগিচা ।Body:Date: 20-06-2019

Byte: পৰিচালক, বৰডুবি চাহ বাগিচা ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.