ETV Bharat / state

ডুমডুমাত চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ জব্দ

author img

By

Published : Feb 22, 2021, 9:04 PM IST

ডুমডুমাৰ লংছোৱাল চাহ বাগিছাৰ মাজত পাইপলাইন কাটি এখন তেল পৰিবাহী টেংকাৰ সহায়ত খাৰুৱা তেল চোৰ কৰি থকাৰ সময়তেই অইল ইণ্ডিয়াৰ তহলদাৰী সুৰক্ষা বাহিনীয়ে জব্দ কৰে এখন টেংকাৰ ।

tanker seize in doomdooma
ডুমডুমাত চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ জব্দ

ডুমডুমা, ২২ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাত পুনৰ সক্ৰিয় হৈ উঠিছে খাৰুৱা তেলৰ চোৰাং ব্যৱসায় । ডুমডুমাৰ লংছোৱাল চাহ বাগিছাৰ মাজত পাইপলাইন কাটি এখন তেল পৰিবাহী টেংকাৰ সহায়ত খাৰুৱা তেল চোৰ কৰি থকাৰ সময়তেই অইল ইণ্ডিয়াৰ তহলদাৰী সুৰক্ষা বাহিনীয়ে জব্দ কৰে এখন টেংকাৰ । বৰ্তমান ঘটনা সম্পৰ্কত অইল কৰ্তৃপক্ষই ডুমডুমা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে, তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত এনেদৰে চোৰাং তেল চুৰি কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয়ত সমন্বিত পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.