ETV Bharat / state

ডুমডুমাৰ দৈদামত 151 যোৰ দৰা কইনাৰে সামূহিক বিবাহ অনুষ্ঠান - দৈদাম চাহ বাগিছা

আজি ডুমডুমাৰ দৈদাম গাওঁ পঞ্চায়তৰ উদ্যোগত বিভিন্ন অসুবিধাৰ বাবে সামাজিক বিবাহপাশত আৱদ্ধ হোৱাৰ পৰা বঞ্চিত ১৫১ জোৰা দৰা-কইনাৰ বিবাহ সম্পন্ন হয় ৷

সামূহিক বিবাহ অনুষ্ঠান
সামূহিক বিবাহ অনুষ্ঠান
author img

By

Published : Mar 1, 2020, 10:30 PM IST

দৈদাম, 1 মাৰ্চঃ ডুমডুমাৰ দৈদাম গাঁও পঞ্চায়তৰ উদ্যোগত দৈদাম-পাভজান শিৱ মন্দিৰ প্ৰাঙ্গণত আজি এক সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হয় ৷ বিভিন্ন অসুবিধাৰ বাবে সামাজিক বিবাহপাশত আৱদ্ধ হোৱাৰ পৰা বঞ্চিত ১৫১ যোৰ দৰা-কইনাৰ বিবাহ সম্পন্ন হয় এই সমূহিক বিবাহ অনুষ্ঠানত ৷ সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰে অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত বিশেষকৈ দৈদাম চাহ বাগিছাৰ চাহ জনগোষ্ঠীয় লোকসকলে অংশগ্ৰহণ কৰে ৷ দৈদাম গাঁও পঞ্চায়তৰ এই উদ্যোগক শলাগ লৈছে সকলোৱে ৷

ডুমডুমাৰ দৈদামত 151 যোৰ দৰা কইনাৰে সামূহিক বিবাহ অনুষ্ঠান

লগতে পঢ়কঃ গামোছা ল’বলৈ অমান্তি বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.