ETV Bharat / state

কাকপথাৰৰ চেঙেলীজানত সতী সাধনী স্মৃতি দিৱস উদযাপন

author img

By

Published : Apr 21, 2019, 6:27 PM IST

নাৰী শক্তিক একগোট কৰি যুদ্ধৰ ঘোষণা কৰা চুতীয়া জনগোষ্ঠীৰ বীৰাংগনাগৰাকীক ৰাজ্যজুৰি স্মৰণ

সতী সাধনী স্মৃতি দিৱস উদযাপন

শদিয়া, 21 এপ্ৰিল : চুতীয়া জনগোষ্ঠী মহিলা সন্মিলন চেঙেলীজান শাখা সমিতিৰ উদ্যোগত চেঙেলীবাসী ৰাইজৰ সহযোগত চেঙেলীত উদযাপন বীৰংগনা সতী সাধনী স্মৃতি দিৱস ৷ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে উক্ত অনুষ্ঠানৰ আৰম্ভ কৰি স্মৃতি তৰ্পন, মাল্যাৰ্পন, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আদি ভিন্ন কাৰ্যসূচী হাতত লোৱা হয় ৷

সতী সাধনী স্মৃতি দিৱস উদযাপন

নিজৰ জাতিৰ বাবে সৰ্বস্ব ত্যাগেৰে আত্মবলিদান দিয়া বীৰ নমস্য নাৰীগৰাকীৰ আদৰ্শক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ লগতে নাৰী সমাজে যাতে তেওঁৰ আদৰ্শ,অনুপ্ৰেৰণালৈ আগুৱাই যাব পাৰে তাৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷

Intro:কাকপথাৰৰ চেঙেলীজানত সতী সাধনী স্মৃতি দিৱস উদযাপন

শদিয়া : নাৰী শক্তিক একগোট কৰি যুদ্ধৰ ঘোষণা কৰা এছিয়া মহাদেশৰ প্ৰথম গৰাকী নাৰী সতী সাধনীৰ স্মৃতি দিৱসখনি কাকপথাৰত উদযাপন কৰা হয় ৷ চুতীয়া জাতি মহিলা সন্মিলন চেঙেলীজান শাখা সমিতিৰ উদ্যোগত চেঙেলীবাসী ৰাইজৰ সহযোগত চেঙেলিত উদযাপন কৰা স্মৃতি দিৱসখনি এদিনীয়া কাৰ্যসুচীৰে হোৱা কাৰ্যসুচীমতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, মাল্যৰ্পন, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতেই বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হয় ৷ বিয়লিলৈ মুকলি আৰু বটাঁ বিতৰণি সভা অনুস্থিত হয় ৷ সমাজসেৱিকা পুণ্যলতা খনিকৰ সভানেত্ৰীত হোৱা সভাত চুতীয়া জাতি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, শিক্ষক ভক্ত ধাদুমীয়াৰ লগতে অঞ্চলটোৰ কেইবাটাও সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ নিজৰ জাতিৰ বাবে সবৰ্স্ত ত্যাগ কৰি আত্মবলিদান দিয়া বীৰ নমস্য নাৰীগৰাকীৰ আৰ্দশক জীয়াই ৰখাৰ স্বাৰ্থত আয়োজন কৰা স্মৃতি দিৱসখনিৰ যোগেদি ওঠি অহা প্ৰজন্মৰ লগতে নাৰী সমাজৰ বাবে এক স্তম্ভ হিচাপে ঠিয় হৈ থকাৰ কামনা কৰিছে সমগ্ৰ অসমবাসীয়ে ৷Body:Bite : উদ্যোক্তা ৷ Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.