ETV Bharat / state

সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ - সৰ্বানন্দ সোণোৱালৰ

তিনিচুকীয়া জিলাৰ ১২২ নং তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া চহৰৰ দহোতীয়াচুক বিহুতলিত বিজেপিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

sarbanada-sonowal-in-tinsukia
প্ৰাৰ্থী সঞ্জয় কিষানৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Mar 14, 2021, 10:02 PM IST

তিনিচুকীয়া,14 মাৰ্চ: দেওবাৰে তিনিচুকীয়া জিলাৰ ১২২ নং তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া চহৰৰ দহোতীয়াচুক বিহুতলিত বিজেপিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই উপলক্ষে আয়োজন কৰা সভাত সোণোৱালে বিজেপিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় কিষাণৰ পক্ষত গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰি জয়যুক্ত কৰিবলৈ সমষ্টিবাসীক আহ্বান জনায় ৷

সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

সভাত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি মিত্ৰজোঁটৰ কেইবাগৰাকী নেতাৰ লগতে বহুসংখ্যক দলীয় কৰ্মী উপস্থিত থাকে ৷ সভাৰ শেষত সাংবাদিকক সম্বোধন কৰি পুনৰবাৰ অসমৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক: মণিপুৰত PREPAK (PRO) ৰ এজন দুধৰ্ষ কেডাৰক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.