ETV Bharat / state

মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত জাতীয় উৎসৱ স্বপং য়ং মানাও পয় - মাৰ্ঘেৰিটাৰ ইনথেম গাঁও

চিংফৌসকলৰ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় অনুষ্ঠিত হ'ব মাৰ্ঘেৰিটাত ৷ চলিত বৰ্যৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত ৷

মাৰ্ঘেৰিটা
মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত জাতীয় উৎসৱ স্বপং য়ং মানাও পয়
author img

By

Published : Jan 31, 2020, 12:25 PM IST

মাৰ্ঘেৰিটা, 31 জানুৱাৰীঃ উত্তৰ-পূবৰ অন্যতম সু-সংগঠিত বৰ্ণময় পৰম্পৰাগত নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয় । চিংফৌসকলৰ এই জাতীয় উৎসৱটি প্ৰতিবছৰে অসম অৰুণাচলৰ ভিন্ন স্থানত উদযাপন কৰা হয় । চলিত বৰ্ষত ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্যসূচীৰে স্বপং য়ং মানাও পয় উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে অসম অৰুণাচল প্ৰদেশ সীমান্তৰ্বতী মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত । অসম অৰুণাচলৰ বিশেষ ব্যক্তিক লৈ গঠিত উদযাপন সমিতিয়ে উৎসৱটি সফলতাৰে উদযাপনৰ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ৷ এইবছৰো দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চীন ম্যানমাৰ ইণ্ডোনেচিয়া মালেয়েচিয়া, আদি বিভিন্ন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আহিব বহু সংখ্যক প্ৰতিনিধি ।

মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত জাতীয় উৎসৱ স্বপং য়ং মানাও পয়

আৰু পঢ়কঃ সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহক আলফাঃ সৰ্বানন্দ সোণোৱাল

Intro:উত্তৰ পূবৰ অন্যতম সুসংঠিত-বৰ্ণময়-ক্লাছিক নৃত্য প্ৰধান উৎসৱ স্বপং য়ং মানাও পয় । চিংফৌসকলৰ এই জাতীয় উৎসৱটি প্ৰতিবছৰে অসম অৰুণাচলৰ ভিন্ন স্থানত উদযাপন কৰা হয় । এইবছৰৰ ১২ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈকে ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে অসম অৰুণাচল প্ৰদেশ সীমান্তৰ্বতী মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত । অসম অৰুণাচলৰ বিশেষ ব্যক্তিক লৈ গঠিত উদযাপন সমিতিয়ে উৎসৱটি সফলতাৰে উদযাপনৰ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে । এইবছৰো দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চীন ম্যানমাৰ ইণ্ডোনেচিয়া মালেয়েচিয়া , আদি বিভিন্ন চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আহিব বহু সংখ্যক প্ৰতিনিধি । “
Body:Byte-উদ্যোগতা
Byte-সভাপতিConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.