ETV Bharat / state

মনোনয়ন পত্ৰ দাখিল কৰিলে সঞ্জয় কিষান, সুৰেন ফুকনে - মনোনয়ন পত্ৰ

তিনিচুকীয়া উপায়ুক্ত কাৰ্যায়লত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষান আৰু ডিগবৈ সমষ্টিৰ প্ৰাৰ্থী সুৰেন ফুকনে। বিভিন্ন জাতি জনগোষ্ঠীৰ গীত-নৃত্যৰে উপায়ুক্ত কাৰ্যালয়লৈকে এক শুভাযাত্ৰা উলিয়াই দুয়োজন প্ৰাৰ্থীৰ সমৰ্থকে ৷

sanjay-kisan-suren-phukan-file-nomination-papers
মনোনয়ন পত্ৰ দাখিল কৰিলে সঞ্জয় কিষান, সুৰেন ফুকনে
author img

By

Published : Mar 8, 2021, 5:17 PM IST

তিনিচুকীয়া, 8 মাৰ্চ : সোমবাৰে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষান আৰু ডিগবৈ সমষ্টিৰ প্ৰাৰ্থী সুৰেন ফুকনে। বিভিন্ন জাতি জনগোষ্ঠীৰ গীত-নৃত্যৰে উপায়ুক্ত কাৰ্যালয়লৈকে এক শুভাযাত্ৰা উলিয়াই দুয়োজন প্ৰাৰ্থীৰ সমৰ্থকে ৷

মনোনয়ন পত্ৰ দাখিল কৰিলে সঞ্জয় কিষান, সুৰেন ফুকনে

উল্লেখ্য যে, এইবাৰ বিজেপি দলে তিনিচুকীয়াৰ প্ৰাৰ্থী সঞ্জয় কিষান আৰু ডিগবৈৰ প্ৰাৰ্থী সুৰেন ফুকনক পুনৰবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাচতে এতিয়া ৰাইজৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সকলোৱে নিজ নিজ সাংস্কৃতিক নৃত্য পৰিবেশন কৰি দুয়োকে সমৰ্থন জনায় ৷

লগতে পঢ়ক: যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.