ETV Bharat / state

তিনিচুকীয়াৰ কাকপথাৰত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য - কিশোৰী গৰাকী বিগত ৫ দিনৰ পৰা ভূগি

কিশোৰী গৰাকী বিগত ৫ দিনৰ পৰা জ্বৰত ভূগি আছিল ৷ প্ৰথম পৰ্যায়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক ৰামাদ্যা শৰ্মাই ৷ পুনৰ ৫ দিনৰ পাছত আজি জ্বৰ হোৱাত চিকিৎসক গৰাকীয়ে চিকিৎসা প্ৰদান কৰি বেজি প্ৰদান দিয়াৰ কিছু সময়ৰ পাছতে কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক গৰাকীৰ বিৰুদ্ধে ৷

sadiya one girl death restlessness
তিনিচুকীয়াৰ কাকপথাৰত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য
author img

By

Published : Oct 25, 2020, 10:32 PM IST

শদিয়া,25 অক্টোবৰঃ চিকিৎসক ড° ৰামাদ্যা শৰ্মাৰ ভূল চিকিৎসাৰ বলি হৈ এগৰাকী ৭ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। মৃত্যু হোৱা কিশোৰী গৰাকী কাকপথাৰ ২ নং হাতীগড় গাঁৱৰ বিক্ৰম গোৱালাৰ কন্যা গায়ত্ৰী গোৱালা ৷

তিনিচুকীয়াৰ কাকপথাৰত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য

কিশোৰী গৰাকী বিগত ৫ দিনৰ পৰা জ্বৰত ভূগি আছিল ৷ প্ৰথম পৰ্যায়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক ৰামাদ্যা শৰ্মাই ৷ পুনৰ ৫ দিনৰ পাছত আজি জ্বৰ হোৱাত চিকিৎসক গৰাকীয়ে চিকিৎসা প্ৰদান কৰি বেজি দিয়াৰ কিছু সময়ৰ পাছতে কিশোৰী গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসক গৰাকীৰ বিৰুদ্ধে ৷

গুৰত্বপূৰ্ণ বিষয় যে, এগৰাকী হোমিঅ’পেথিক চিকিৎসকে এল’পেথিক চিকিৎসা প্ৰদান কৰি টকা উপাৰ্জনৰ লোভত ৰোগীৰ জীৱনৰ সৈতে লৰা ধেমালী কৰাৰ পাছতো চিকিৎসা বিভাগ তথা প্ৰশাসনে অ’তদিনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

লগতে পঢ়কঃ মন্ত্ৰী হিমন্তক লগত লৈ পাণ্ডুৰ পূজাস্থলীত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.