ETV Bharat / state

ডুমডুমাত আৰ এচ এচ ৰ সাহাৰ্য বিতৰণ

author img

By

Published : Apr 26, 2020, 3:26 PM IST

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এচ এচৰ ডুমডুমা খণ্ডই দেওবাৰে ডুমডুমাৰ কুমাৰীপট্টী আৰু উচামাটীৰ এশটাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

RSS food distribution at Dumduma
ডুমডুমাত আৰএচএচ ৰ সাহাৰ্য বিতৰণ

ডুমডুমা,26 এপ্ৰিলঃ ডুমডুমাত দৰিদ্ৰ পৰিয়ালৰ মাজত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাহাৰ্য বিতৰণ ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এচ এচৰ ডুমডুমা খণ্ডই দেওবাৰে ডুমডুমাৰ কুমাৰীপট্টী আৰু উচামাটীৰ এশটাকৈ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে । ইয়াৰ উপৰিও বিগত দিনসমূহত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ডুমডুমা অঞ্চলৰ প্ৰায় 700 পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰিছে ৷

ডুমডুমাত আৰএচএচ ৰ সাহাৰ্য বিতৰণ

লগতে পঢ়ক-"টীম আছাম" হৈ সেৱা আগবঢ়াইছে চৰকাৰে:মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.