ETV Bharat / state

বাঘজানত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

author img

By

Published : Jun 13, 2020, 4:37 PM IST

বাঘজান চাহ বাগিছাত উদ্ধাৰ হোৱা অজগৰৰ ওজন প্ৰায় ৩০ কেজি বুলি অনুমান কৰা হৈছে ।

Baghjan
বাঘজানত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

তিনিচুকীয়া, 13 জুন : তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত বাঘজান চাহ বাগিছাৰ ৭ নম্বৰ লাইনত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ । চাহ বাগিছাখনত কাম কৰি থকা কেইজনমান যুৱকে অজগৰডাল উদ্ধাৰ কৰি বাঘজান আৰক্ষী থানাত চমজাই দিয়ে । উদ্ধাৰ হোৱা অজগৰডালৰ ওজন প্ৰায় ৩০ কেজি বুলি অনুমান কৰা হৈছে । ইতিমধ্যে বাঘজান আৰক্ষী থানাত উপস্থিত হৈ অজগৰডাল চমজি লৈছে বন বিভাগে ৷

লগতে পঢ়কঃ অৰুণাচলত প্ৰদেশত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৮৩ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.