ETV Bharat / state

বাছ আস্থান নে পিতনি ? - বিদেশী সুৰাৰ দোকান

ডুমডুমা বাছ আস্থানৰ কৰ্দযময় পৰিৱেশে জীয়াতু ভোগাইছে সাধাৰণ বাছ যাত্ৰীক ৷ বাছ আস্থানত মদৰ মুকলি আড্ডা বহাৰো অভিযোগ একাংশ যাত্ৰীৰ ৷

author img

By

Published : May 11, 2019, 10:38 AM IST

ডুমডুমা,11 মেঃ যি সময়ত সমগ্ৰ দেশতে স্বচ্ছ ভাৰত অভিযানৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে সেই সময়তে ডুমডুমাৰ ৰাজহুৱা বাছ আস্থানৰ কৰ্দযময় পৰিৱেশে জনসাধাৰণৰ চকু কপালত তুলিছে ৷ ডুমডুমা নগৰ সমিতিৰ আৱৰ্জনা পেলোৱা ঠাইলৈ পৰ্যবসিত হৈছে ৰাজহুৱা বাছ আস্থানটো ৷ নগৰখনৰ আৱৰ্জনাসমূহ বাছ আস্থানত পেলোৱাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল ৷

বাছ আস্থান নে পিতনি ?

আনহাতে,বাছ আস্থানটোত থকা শৌচালয়ৰ অৱস্থাও অতি শোচনীয় ৷ মহিলাসকলৰ বাবে নাই কোনো সুকীয়া শৌচাগাৰৰ ব্যৱস্থা ৷ বাছ আস্থানৰ চৌহদতে আছে দুখনকৈ বিদেশী সুৰাৰ দোকান ৷ যাৰ পৰিপ্ৰেক্ষিতত বাছ আস্থানত মুকলিকৈ মদৰ আড্ডা চলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে ৷

Intro:ডুমডুমা ৰাজহুৱা বাছ আস্থানৰ কদৰ্য্যময় অৱস্থা ।
:অসাৰ প্ৰতিপন্ন প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান ।Body:Date: 11-05-2019

Story: ডুমডুমা ৰাজহুৱা বাছ আস্থানৰ কদৰ্য্যময় অৱস্থা ।

:অসাৰ প্ৰতিপন্ন প্ৰধান মন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান ।

V/O: যি সময়ত সমগ্ৰ দেশতে স্বচ্ছ ভাৰত অভিযানৰ নামত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোটি কোটি টকা খৰচ কৰিছে তেনে সময়তে ডুমডুমাৰ ৰাজহুৱা বাছ আস্থানৰ কিছুমান দৃশ্যই জনসাধাৰণৰ চকু কপালত তুলিছে । ৰাজহুৱা বাছ আস্থান ভৰি পৰিছে ডুমডুমা নগৰ সমিতিৰ আৱৰ্জনাৰে । পৌৰ নিগমে গাড়ীৰে নগৰখনৰ আৱৰ্জনা বাছ আস্থানত পেলোৱাৰ বাবেই এতিয়া যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে । অন্যহাতে বাছ আস্থানত থকা শৌচলৰ অৱস্থাও শোচনীয় । মহিলাসকলৰ বাবে নাই কোনো শৌচলয় । ইফালে বাছ আস্থানত আছে দুটাকৈ বিদেশী সুৰাৰ দোকান । যাৰ পৰিপ্ৰেক্ষিতত বাছ আস্থানটোত মুকলিকৈ মদৰ লগতে যোৱাৰ আড্ডা বহাৰ গুৰুতৰ অভিযোগ কৰিছে একাংশ যাত্ৰীৰ লগতে চালসকলে ।

Byte: গাড়ী চালক
Byte: যাত্ৰী

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.