ETV Bharat / state

বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

বাঘজান তৈলক্ষেত্ৰৰ 5 নং খাদত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই জৈৱ বৈচিত্ৰৰে ভৰা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জলজ প্ৰাণীলৈ অহা ভাবুকিৰ কথা উল্লেখ কৰি শনিবাৰে বাঘজান তৈলক্ষেত্ৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷

pollution control board of assam orders to close baghjan oil field

author img

By

Published : Jun 20, 2020, 6:01 PM IST

তিনিচুকীয়া, 20 জুনঃ বাঘজান তৈলক্ষেত্ৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷ শুকুৰবাৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অইলৰ মুখ্য আবাসিক কাৰ্যবাহী দিলীপ দাসলৈ প্ৰেৰণ কৰে তৈলক্ষেত্ৰ বন্ধ কৰাৰ জাননী ৷

জাননীখনত বাঘজান তৈলক্ষেত্ৰৰ 5 নং খাদত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই জৈৱ বৈচিত্ৰৰে ভৰা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জলজ প্ৰাণীলৈ অহা ভাবুকিৰ কথা উল্লেখ ৷ এই বিষয়ে উল্লেখ কৰি সংবেদনশীল অঞ্চলটোত থকা তৈল খাদ সমূহ বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷

লগতে পঢ়কঃ বাঘজান কাণ্ডঃ ক্ষতিপূৰণৰ দাবীৰে ডুমডুমাত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.