ETV Bharat / state

পুৰুষ নথকা ঘৰত প্ৰবেশ কৰি ৰাইজৰ ৰোষত আৰক্ষীৰ গাড়ীচালক!

author img

By

Published : Oct 2, 2019, 11:47 PM IST

চালকজনে প্ৰায়ে মহিলা গৰাকীৰ ওচৰলৈ আহে ৷ ৰাইজে আগতেও চালকজনক আহিবলৈ বাধা প্ৰদান কৰিছিল যদিও ৰাইজলৈ ভ্ৰক্ষেপ কৰা নাছিল দিলিপ সিঙে ৷ বুধাবাৰে সুৰা পান কৰি অসংযত অৱস্থাত মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰাৰ সময়তে দুয়োকে আটক কৰে গাওঁবাসীয়ে ৷

পুৰুষ নথকা ঘৰত প্ৰবেশ কৰি ৰাইজৰ ৰষত আৰক্ষীৰ গাড়ীচালক!

শদিয়া, 2 অক্টোবৰঃ কাকপথাৰ আৰক্ষী থানাৰ গাড়ী চালকে পুৰুষ নথকা এগৰাকী মহিলাৰ ঘৰত প্ৰৱেশ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কাকপথাৰ আৰক্ষী থানাৰ গাড়ীচালক দিলিপ সিঙে স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ব্যক্তি গৰাকীৰ ঘৰত সোমাবলৈ চেষ্টা কৰোতেই উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হয় ৷ চেন্নাইত কৰ্মৰত স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে ঘৰত প্ৰৱেশ কৰে দিলিপ সিঙ ৷ যাৰ বাবে মাইথংবাসী ৰাইজে আৰক্ষীৰ গাড়ীচালক গৰাকীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰি কাকপথাৰ আৰক্ষীক চমজাই দিয়ে ৷

ৰাইজৰ অভিযোগ অনুসৰি, চালকজনে প্ৰায়ে মহিলা গৰাকীৰ ওচৰলৈ আহে ৷ ৰাইজে আগতেও চালকজনক আহিবলৈ বাধা প্ৰদান কৰিছিল যদিও ৰাইজৰ বাধালৈ ভ্ৰক্ষেপ কৰা নাছিল দিলিপ সিঙে ৷ বুধাবাৰে সুৰা পান কৰি অসংযত অৱস্থাত মহিলাগৰাকীৰ ঘৰত প্ৰৱেশৰ সময়তে দুয়োকে আটক কৰে গাওঁবাসীয়ে ৷ প্ৰায় দুই ঘন্টা সময় উকলি যোৱাৰ পাছতো গাড়ীচালক গৰাকীক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

Intro:কাকপথাৰৰ মাইথংত আৰক্ষীৰ চালকে পুৰুষ নাইকীয়া ঘৰত প্ৰবেশ কৰাক লৈ উত্তপ্ত পৰিস্থিতি

শদিয়া : কাকপথাৰ আৰক্ষী থানাৰ আৰক্ষীৰ চালকে পুৰুষ নথকা এগৰাকী মহিলাৰ ঘৰত প্ৰবেশ কৰাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে ৷ কাকপথাৰ আৰক্ষী থানাৰ চালক দিলিপ সিঙে ভুপেন বৰুৱা নামৰ ব্যক্তিগৰাকীৰ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীৰ ওচৰত সোমাবলৈ চেষ্টা কৰোতেই পৰস্থিতি উত্তপ্ত হৈ পৰে ৷ মহিলা গৰাকীৰ স্বামী চেন্নাইত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ মাইথংবাসী ৰাইজে চালকগৰাকীক গুৰুলাগুৰুল কৈ মাৰপিট কৰি কাকপথাৰ আৰক্ষীক চমজাই দিয়ে ৷ ৰাইজৰ অভিযোগ অনুসৰি চালক গৰাকীয়ে প্ৰায়ে মহিলা গৰাকীৰ ওচৰত আহে আৰু ৰাইজে আগতেও চালকজনক আহিবলৈ বাধা প্ৰদান কৰিছিল যদিও প্ৰায়ে আহে চালক গৰাকী ৷ আজি ভুপেন বৰুৱা নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ কাষত সঞ্জীৱ নামৰ ব্যক্তিগৰাকীৰ ঘৰত মদ, মাংস, সুৰা সেৱন কৰি অসংযত অৱস্থাত মহিলাগৰাকী ঘৰত প্ৰবেশৰ সময়তে দুয়ো আটক কৰে গাওঁবাসীয়ে ৷ প্ৰায় দুই ঘন্টা সময় উকলি গল যদিও বৰ্তমানপৰ্যন্ত চালকগৰাকীক ৰাইজৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ চালক দিলিপ সিঙে উক্ত গাড়ীখনে কাকপথাৰ থানাৰ এটা পহৰাকাৰী দলক ডিৰাকৰ সমিপত থৈ এনেদৰে আহিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষী গাড়ীলৈ এনেদৰে অবৈধ সম্পৰ্ক স্থাপন কৰা চালকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহশ কৰে সেইয়া হব লক্ষ্যণীয় ৷Body:Byte : 1/ Public
2/ Police officerConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.