ETV Bharat / state

তিনিচুকীয়াৰ বৰপথাৰত হাতীৰ আক্ৰমণত মৃত্যু এজনৰ - হাতীয়ে দাঁতেৰে হানি-খুচি হত্যা কৰে মৃদুল শইকীয়াক

লগৰীয়াৰ স'তে মেচাকি বনাঞ্চলখনত খৰি বিচাৰিবলৈ আহোতে হঠাতে হাতীৰ জাকৰ সৈতে মুখামুখি হয় লোকজনৰ ৷ লগৰ কেইজন পলাই সাৰিবলৈ সক্ষম হয় যদিও হাতীয়ে দাঁতেৰে হানি-খুচি হত্যা কৰে মৃদুল শইকীয়াক ৷

তিনিচুকীয়াৰ বৰপথাৰত হাতীৰ আক্ৰমণত মৃত্যু এজন লোকৰ

author img

By

Published : May 2, 2020, 7:29 PM IST

শদিয়া, 2 মে : শনিবাৰে তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত মেচাকি বনাঞ্চলত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ ৷ নিহত যুৱকজন বৰপথাৰ গাৱঁৰ মৃদুল শইকীয়া(45) বুলি জানিব পৰা গৈছে ৷ লগৰীয়াৰ সৈতে মেচাকি বনাঞ্চলখনত খৰি যাওঁতে আহোতে হঠাতে হাতীৰ জাকৰ সৈতে মুখামুখি হয় লোকজনৰ ৷ লগৰ কেইজন পলাই সাৰিবলৈ সক্ষম হয় যদিও হাতীয়ে দাঁতেৰে হানি-খুচি হত্যা কৰে মৃদুল শইকীয়াক ৷ মৃদুল শইকীয়াৰ লগত যোৱা এটি শিশুৱে বন্যহস্তীয়ে মৃদুলক হত্যা কৰা নিজ চকুৰে প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে, মৃত লোকজনে পত্নীসহ তিনিগৰাকী কন্যা সন্তানক ই-সংসাৰত এৰি থৈ যায় ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.