তিনিচুকীয়া, 16 আগষ্ট: তিনিচুকীয়াৰ ফিল'বাৰীৰত আজি দিনজোৰা কাৰ্যসূচীৰে উদযা্পন কৰা হল অসমৰ গোৰ্খা জনগোষ্ঠীৰ নেৱাৰ সকলৰ পৰম্পৰাগত উৎসৱ লাখে যাত্ৰা ৷ নাগ পঞ্চমীৰ পৰা আৰম্ভ হোৱা এই পৰম্পৰাগত উৎসৱ পুৰ্ণিমাৰ দিনা অন্ত পৰে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা নেৱাৰ জনগোষ্ঠীৰ বহুসংখ্যক লোকৰ উপস্থিতিত এই লাখে যাত্ৰা আৰম্ভ কৰা হয় ৷
নেৱাৰ জনগোষ্ঠীৰ 'লাখে যাত্ৰা' পালন - নেৱাৰ জনগোষ্ঠীৰ লাখে যাত্ৰা পালন
তিনিচুকীয়া জিলাৰ ফিল'বাৰী বিজুলীবনত আজি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ'ল গোৰ্খাসকলৰ অন্যতম পৰম্পৰাগত উৎসৱ "লাখে যাত্ৰা" ৷
গোৰ্খাসকলৰ নেৱাৰ জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত উৎসৱ "লাখে যাত্ৰা"
তিনিচুকীয়া, 16 আগষ্ট: তিনিচুকীয়াৰ ফিল'বাৰীৰত আজি দিনজোৰা কাৰ্যসূচীৰে উদযা্পন কৰা হল অসমৰ গোৰ্খা জনগোষ্ঠীৰ নেৱাৰ সকলৰ পৰম্পৰাগত উৎসৱ লাখে যাত্ৰা ৷ নাগ পঞ্চমীৰ পৰা আৰম্ভ হোৱা এই পৰম্পৰাগত উৎসৱ পুৰ্ণিমাৰ দিনা অন্ত পৰে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা নেৱাৰ জনগোষ্ঠীৰ বহুসংখ্যক লোকৰ উপস্থিতিত এই লাখে যাত্ৰা আৰম্ভ কৰা হয় ৷
Intro:Date: 16-08-2019
Slug: ফিল'বাৰীত নেৱাৰ জনগোষ্ঠীৰ লাখে যাত্ৰা পালন ।
V/O: অসমত বসবাস কৰা গোৰ্খা লোকসকলৰ অন্যতম জনগোষ্ঠী নেৱাৰ জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত উতসৱ লাখে যাত্ৰা বা গাই যাত্ৰা পালন কৰে । তিনিচুকীয়া জিলাৰ ফিল'বাৰী বিজুলীবনত আজি দিনযোৰা কাৰ্যসুচীৰে আয়োজন কৰে এই উতসৱ । নাগ পঞ্চমীৰ পৰা আৰম্ভ হোৱা এই পৰম্পৰাগত উতসৱ পুৰ্ণীমাৰ দিনা অন্ত পৰে । ইয়াৰ পাছতেই নেৱাৰ জনগোষ্ঠীয়ে দূৰ্গা পূজাৰ লগতে বিভিন্ন পূজাৰ বাবে প্ৰস্তুত হ'য় । তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা নেৱাৰ জনগোষ্ঠীৰ বহুসংখ্যক লোকৰ উপস্থিতিত এই লাখে যাত্ৰা আৰম্ভ কৰা হ'য় ।
Byte: আয়োজক ।Body:Date: 16-08-2019

Byte: আয়োজক ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।