ETV Bharat / state

বিমানবন্দৰৰ আৰ্হিত নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচন - RAILWAY STATION

অসমৰ ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ বাণিজ্যিক চহৰ নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনৰ নতুন ৰূপ ৷ বিমানবন্দৰৰ আৰ্হিৰে ন-ৰূপত গঢ়ি তুলিছে ৰে’লৱে বিভাগে ।

বিমানবন্দৰৰ আৰ্হিত নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচন
author img

By

Published : Jun 26, 2019, 6:59 AM IST

তিনিচুকীয়া, 26 জুনঃ অত্যাধুনিক প্ৰযুক্তিৰে ন-ৰূপ পাইছে নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনে ৷ পৰ্যাপ্ত পৰিমানৰ সা-সুবিধাৰে ভৰপূৰ নিউ তিনিচুকীয়া ৰে’লৱে জংচনটোত আছে এটা ভি আই পি আৰু ভি ভি আই পিৰ বাবে জিৰণী কোঠা ৷ ইয়াৰোপৰি নিৰ্ধাৰিত মূল্য প্ৰদান কৰি সৰ্ব-সাধাৰণ যাত্ৰী সকলেও জিৰণী ল’ব পৰাকৈ নিৰ্মাণ কৰা হৈছে সুন্দৰ কোঠালী ৷

বিমানবন্দৰৰ আৰ্হিত নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচন

বিমানবন্দৰৰ যাত্ৰীসকলৰ দৰে নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনটো ৰে’লযাত্ৰী সকলে লাভ কৰিব তেনে সুবিধা ৷ প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে ন ৰূপত সজাই পৰাই তোলা হৈছে নিউ তিনিচুকীয়াৰ ৰে’লৱে জংচনটো ৷ এই ক্ষেত্ৰত তিনিচুকীয়া ৰে’লৱে উপ মহাপ্ৰৱন্ধক গৰাকীয়ে কয় এইয়া জনসাধাৰণৰ সম্পদ ৷ সকলোৱে যাতে চাফ চিকুণতা বজাই ৰাখি কোনো ধৰণৰ ক্ষতি নকৰে তাৰ বাবে অনুৰোধ জনায় ৷ ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি জানিব দিয়ে উপ মহাপ্ৰৱন্ধক গৰাকীয়ে |

Intro:Story:- বিমানবন্দৰৰ আৰ্হিত পুন:নিৰ্মাণ তিনিচুকীয়াৰ ৰেলৱে ষ্টেচন ।

Anchor:- অসমৰ ব্যৱসায় বাণিজ্যৰ প্ৰাণকেন্দ্ৰ বানিজ্যিক চহৰ তিনিচুকীয়াৰ ৰেলৱে ষ্টেচনক বিমানবন্দৰৰ আৰ্হিৰে গঢ়ি তুলিছে ৰেলৱে বিভাগে । বিমানবন্দৰ আৰ্হিৰ তিনিচুকীয়াৰ ৰেল ষ্টেচনত যাত্ৰী সকলে কেনেধৰণৰ সুবিধা লাভ কৰিব , চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ।

Vo:- অত্যাধুনিক প্ৰযুক্তিৰে পুনঃ নিৰ্মান কৰা তিনিচুকীয়া ৰেলৱে ষ্টেচনটোত প্ৰৰ্যাপ্ত পৰিমানৰ সুবিধা উপলব্ধ থকাৰ উপৰিও এটা ভি আই পি জিৰণী কোঠা লগতে ভি ভি আই পি জিৰণী কোঠাৰ উপলব্ধ হব | ইয়াৰোপৰি নিৰ্ধাৰিত মূল্য প্ৰদান কৰি যাত্ৰী সকলে জিৰণী লব পৰাকৈ সুন্দৰ কোঠালী নিৰ্মান কৰি উলিয়াইছে বিমান বন্দৰৰ দৰে যাত্ৰী সকলে এতিয়া তিনিচুকীয়া ৰেলৱে ষ্টেচনত সুবিধা উপভোগ কৰিব পৰাকৈ প্ৰায় ৫ কোটি টকা ব্যয়েৰে প্ৰায় নিৰ্মান সম্পূৰ্ন হৈ উঠিছে | এই ক্ষেত্ৰত তিনিচুকীয়া ৰেলৱে উপ মহাপ্ৰৱন্ধক গৰাকীয়ে ইতিমধ্যে ৯০ শতাংশ কাম সম্পূৰ্ন হৈছে বুলি জানিব দিয়ে |
Body:Byte : ADRMConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.