ETV Bharat / state

শদিয়াত দলবদ্ধ আক্ৰমণত নিহত যুৱক

author img

By

Published : Aug 18, 2019, 8:10 PM IST

এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে শদিয়াৰ ইছলামপুৰ গাঁৱত ৷ উন্মাদ জনতাৰ নিৰ্মম আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দীপক বিশ্বকৰ্মাই প্ৰাণ হেৰুৱাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ৷

শদিয়াত দলবদ্ধ আক্ৰমণত নিহত যুৱক

ডুমডুমা,শদিয়া, আগষ্ট 18: এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে শদিয়াৰ ইছলামপুৰ গাঁৱত ৷ শুকুৰবাৰে একে গাঁৱৰে এগৰাকী মহিলাৰ ঘৰৰ পৰা কুকুৰা আনিবলৈ গৈছিল দীপক বিশ্বকৰ্মা নামৰ যুৱকজন ৷ কিন্তু কুকুৰা আনিবলৈ যোৱাই কাল হ'ল দীপকৰ ৷ গাঁওখনৰ একাংশ উদণ্ড যুৱকে দীপকক সন্দেহ বশতঃ চোৰ সজাই খুটাত বান্ধি মাৰ-ধৰ কৰে ৷ এই ঘটনাত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াই যুৱককেইজনক ৷ গুৰুতৰভাৱে আহত দীপকক শদিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । উন্মাদ জনতাৰ নিৰ্মম আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দীপক বিশ্বকৰ্মাই প্ৰাণ হেৰুৱাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ৷অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ইছলামপুৰ গাঁৱৰ দিব্যধৰ চিৰিং নামৰ এজন লোকক ৷

Intro:Date: 18-08-2019

Slug: শদিয়াত অভি-নীল কাণ্ডৰ পুনৰাবৃত্তি । মৰেল পুলিচৰ আক্ৰমণত নিহত হ'ল শদিয়া ইছলামপুৰৰ দীপক বিশ্বকৰ্মা নামৰ এজন যুৱক ।

V/O: শদিয়াত অভি-নীল কাণ্ডৰ পুনৰাবৃত্তি । মৰেল পুলিচৰ আক্ৰমণত নিহত হ'ল শদিয়া ইছলামপুৰৰ দীপক বিশ্বকৰ্মা নামৰ এজন যুৱক । উল্লেখযেগ্য যে, দুদিন পূৰ্বে যুৱকনজনে গাঁওখনৰে এগৰাকী মহিলাৰ ঘৰত কুকুৰা আনিবলৈ গৈছিল আৰু সেইটো সময়ত গাঁওৰ একাংশ উদণ্ড প্ৰকৃতিৰ যুৱকৰ দল এটাই দীপকক চুৰ সজাই খুটাত বান্ধি মাৰধৰ আৰম্ভ কৰিছিল লগতে একাংশ স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াছিল l জানিব পৰা মতে সেই সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল আৰু গাওঁবুঢ়াৰ লগতে স্থানীয় সচেতন ৰাইজৰ সহযোগিতাত পৰিস্থিতি ক্ষান্ত হৈছিল যদিও ঘটনাৰ পিছদিনাখন পুনৰ কেইজনমান যুৱকে দীপক বিশ্বকৰ্মাক ৰচীৰে বান্ধি গুৰলা গুৰুলকৈ প্ৰহাৰ কৰে । মৰেল পুলিচৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা দীপকক পৰিয়ালৰ লোকে শদিয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও শদিয়াৰ চিকিৎসালয়ত যুৱকজনৰ অৱস্থা সংকটজনক দেখি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । কিন্তু মৰেল পুলিচিংত গুৰুতৰভাৱে আহত হোৱা দীপকৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । গুৰুত্বপূৰ্ণ কথা যে, মৃত দীপক কৰ্মকাৰেই ঘৰখনৰ একমাত্ৰ জীৱিকা কৰা যুৱক আৰু যুৱকজনে দিন হাজিৰা কৰি মাক আৰু নিজে জীৱন নিৰ্বাহ কৰি আছিল । বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইছলামপুৰ গাঁওৰ দিব্যধৰ চিৰিং(৩৯) নামৰ এজন লোকক আটক কৰিছে ।

Byte: পৰিয়ালৰ লোক ।
Byte: আত্মীয় ।

ফটো: আটকাধীন লোক ।Body:Date: 18-08-2019

ফটো: আটকাধীন লোক ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.