ETV Bharat / state

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান বিধায়ক সুৰেণ ফুকন,তেৰছ গোৱালা আৰু মন্ত্ৰী সঞ্জয় কিষানৰ - মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান বিধায়ক সুৰেণ ফুকন,তেৰস গোৱালা আৰু মন্ত্ৰী সঞ্জয় কিষানৰ

শুকুৰবাৰে তিনিচুকীয়াত অনুষ্ঠিত পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান আগবঢ়ায় ডিগবৈৰ বিধায়ক বিধায়ক সুৰেন ফুকন, মন্ত্ৰী সঞ্জয় কিষান আৰু দুলিয়াজনৰ বিধায়ক তেৰছ গোৱালাই ৷

সুৰেণ ফুকন,তেৰস গোৱালা আৰু মন্ত্ৰী সঞ্জয় কিষান

author img

By

Published : Mar 27, 2020, 10:29 PM IST

তিনিচুকীয়া, 27 মাৰ্চঃ ৰাজ্য খনত কৰ'ণা ভাইৰাছ ৰোধৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে ভিন্ন জনে ৷ শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ হাতত ডিগবৈৰ বিধায়ক বিধায়ক সুৰেন ফুকনে ১.৫ লাখ টকা, মন্ত্ৰী সঞ্জয় কিষানে ১.৫ লাখ আৰু দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালাই ৪০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান বিধায়ক সুৰেণ ফুকন,তেৰস গোৱালা আৰু মন্ত্ৰী সঞ্জয় কিষানৰ

লগতে পঢ়কঃ নিৰাপত্তাৰক্ষী সকললৈ সহায়ৰ হাত চিৰাঙৰ সংবাদকৰ্মী সকলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.