শদিয়া, 30 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিধায়ক দুৰ্গা ভূমিজৰ প্ৰতিক্ৰিয়া ৷ শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাৰ আশা কম বুলি মন্তব্য ভূমিজৰ ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা কালিলৈ অৰ্থাৎ 31 আগষ্টত প্ৰকাশ হ'বলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ সময়তে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে ৷ ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে মন্তব্য কৰে যে,চৰকাৰেই বিচৰা নাই এখন শুদ্ধ আৰু নিকা এন আৰ চি ৷ লগতে ডিটেনচন কেম্পৰ নামত বহু খিলঞ্জীয়া লোকক অযথা হাৰাশাস্তি কৰাৰো অভিযোগ বিধায়ক গৰাকীৰ ৷ চৰকাৰৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰিয়েই সৰ্বানন্দ সোণোৱালে প্ৰথমেই গুৱাহাটী এন আৰ চি কাৰ্যালয়লৈ যোৱাৰ কথা পাহৰা নাই অসমবাসীয়ে ৷ কিন্তু সেইয়া কোনো কামত নাহিল ৷ গোৱালপাৰাৰ ৰঙজুলি চাহ বাগিচাত পোনা পুণ্ডাৰ মৃত্যুৰ লগতে বহু বৰ্মন,ৰায় উপাধিৰ লোকক এন আৰ চি নামত অযথা হাৰাশাস্তিৰ বন্ধৰো দাবী বিধায়কজনৰ ৷ লগতে অসম চুক্তিকো চৰকাৰখনে অপমান কৰাৰ কথা উল্লেখ কৰে দুৰ্গা ভূমিজে ৷
চৰকাৰেই বিচৰা নাই এখন শুদ্ধ আৰু নিকা এন আৰ চিঃ দুৰ্গা ভূমিজ - সৰ্বানন্দ সোণোৱাল
ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে মন্তব্য কৰে যে,চৰকাৰেই বিচৰা নাই এখন শুদ্ধ আৰু নিকা এন আৰ চি ৷ লগতে ডিটেনচন কেম্পৰ নামত বহু খিলঞ্জীয়া লোকক অযথা হাৰাশাস্তি কৰাৰো অভিযোগ বিধায়ক গৰাকীৰ
শদিয়া, 30 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিধায়ক দুৰ্গা ভূমিজৰ প্ৰতিক্ৰিয়া ৷ শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাৰ আশা কম বুলি মন্তব্য ভূমিজৰ ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা কালিলৈ অৰ্থাৎ 31 আগষ্টত প্ৰকাশ হ'বলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী থকাৰ সময়তে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে ৷ ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজে মন্তব্য কৰে যে,চৰকাৰেই বিচৰা নাই এখন শুদ্ধ আৰু নিকা এন আৰ চি ৷ লগতে ডিটেনচন কেম্পৰ নামত বহু খিলঞ্জীয়া লোকক অযথা হাৰাশাস্তি কৰাৰো অভিযোগ বিধায়ক গৰাকীৰ ৷ চৰকাৰৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰিয়েই সৰ্বানন্দ সোণোৱালে প্ৰথমেই গুৱাহাটী এন আৰ চি কাৰ্যালয়লৈ যোৱাৰ কথা পাহৰা নাই অসমবাসীয়ে ৷ কিন্তু সেইয়া কোনো কামত নাহিল ৷ গোৱালপাৰাৰ ৰঙজুলি চাহ বাগিচাত পোনা পুণ্ডাৰ মৃত্যুৰ লগতে বহু বৰ্মন,ৰায় উপাধিৰ লোকক এন আৰ চি নামত অযথা হাৰাশাস্তিৰ বন্ধৰো দাবী বিধায়কজনৰ ৷ লগতে অসম চুক্তিকো চৰকাৰখনে অপমান কৰাৰ কথা উল্লেখ কৰে দুৰ্গা ভূমিজে ৷
শদিয়া : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকা কালিলৈ অৰ্থাৎ ৩১আগষ্টত প্ৰকাশ হবলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকি থকাৰ সময়তে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক দুৰ্গা ভুমিজে ৷ ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভুমিজে মন্তব্য কৰে যে চৰকাৰেই বিচৰা নাই এখন শুদ্ধ আৰু নিকা এন আৰ চি ৷ লগতে ডিটেনচন কেম্পৰ নামত বহু খিলঞ্জীয়া লোকক অযথা হাৰাশাস্তি কৰাৰো অভিযোগ ৷ চৰকাৰৰ মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰিয়েই সৰ্বানন্দ সোনোৱালে প্ৰথমেই গুৱাহাটী এন আৰ চি কাৰ্যালয়লৈ যোৱাৰ কথা পাহৰা নাই অসমবাসীয়ে ৷ কিন্টু সেইয়া কোনো কামত নাহিল ৷ গোৱালপাৰা জিলাৰ ৰঙজুলি চাহ বাগিচাত পোনা পুণ্ডাৰ মৃত্যুৰ লগতে বহু বৰ্মন, ৰায় উপাধিৰ লোকক এন আৰ চি নামত অযথা হাৰাশাস্তিৰ বন্ধৰো দাবী বিধায়কজনৰ ৷ লগতে অসম চুক্তিকো চৰকাৰখনে অপমান কৰাৰ কথা উল্লেখ কৰে ৷Body:MLA DURGA BHUMIjConclusion:Mintu Talukdar
Sadiya