ETV Bharat / state

চৰকাৰৰ ভূমিকাত ক্ষোভিত বিধায়ক দুৰ্গা ভূমিজ - Durga Bhumij

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ২০১৭-১৮ বৰ্ষৰ বাজেটত সন্নিবিষ্ট কৰা ডুমডুমাৰ এখন মহাবিদ্যালয়ৰ কাম বৰ্তমান পৰ্যন্ত আৰম্ভ নোহোৱাটো অতি দূৰ্ভাগ্যজনক আখ্যা বিধায়ক দুৰ্গা ভূমিজৰ ।

চৰকাৰৰ ভূমিকাত ক্ষোভিত বিধায়ক দুৰ্গা ভূমিজ
author img

By

Published : May 16, 2019, 8:32 PM IST

ডুমডুমা, 16 মে': ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে বৃহস্পতিবাৰে ডুমডুমা প্ৰেছ ক্লাবত এক সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি মিত্ৰজোঁট চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ তেওঁ অসম চৰকাৰে ২০১৭-১৮ বৰ্ষৰ বাজেটত সন্নিবিষ্ট কৰা ডুমডুমাত এখন মহাবিদ্যালয়ৰ কাম বৰ্তমান পৰ্যন্ত আৰম্ভ নোহোৱাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে । ইয়াৰ উপৰি তিনিমাহ পূৰ্বে আৰম্ভ কৰা ডিৰাক মডেল কলেজৰো প্ৰাৰম্ভিক কাম বৰ্তমানলৈ আৰম্ভ নোহোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ।

চৰকাৰৰ ভূমিকাত ক্ষোভিত বিধায়ক দুৰ্গা ভূমিজ

সংবাদমেলত বিধায়জনে ৩নং কৰদৈগুৰি অঞ্চলত গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰা পাচতো চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৷ তেওঁ চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ লগতে ডুমডুমা টাউন ফিল্ডত আৰম্ভ হ'বলগীয়া ১০ কোটি টকাৰ উত্তৰণ আঁচনিৰ কাম এতিয়ালৈ আৰম্ভ নোহোৱাত চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ তদুপৰি শেহতীয়াকৈ কাল ধুমুহাই ডুমডুমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে দুজনকৈ লোকৰ প্ৰাণহানি হোৱাৰ পাছতো চৰকাৰৰ ফালৰ পৰা ত্ৰিপাল এখনো নিদিয়াৰ অভিযোগ কৰে ৷

Intro:অসম চৰকাৰে ২০১৭-১৮ বৰ্ষৰ বাজেটত সন্নিবিষ্ট কৰা ডুমডুমাত এখন মহাবিদ্যালয়ৰ কাম আজি প্ৰৰ্যন্ত আৰম্ভ নোহোৱাটো অতি দূৰ্ভাগ্যজনক বুলি অবিহিত কৰে । ইফালে তিনি মাহ পূৰ্বে শুভাৰম্ভ কৰা ডিৰাক ''Moddle College''ৰো প্ৰাৰম্ভিক কাম নোহোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে । অন্যহাতে ৩নং কৰদৈগুৰি অঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰা গঢা-খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে বিধায়ক ভূমিজে ।Body:Date: 16-05-2019

Story: ডুমডুমাত বিধায়ক দূৰ্গা ভূমিজৰ সংবাদমেল

V/O: বৃহস্পতিবাৰে ডুমডুমা প্ৰেছ ক্লাবত ডুমডুমা সমষ্টিৰ কংগ্ৰেছ বিধায়ক দূৰ্গা ভূমিজে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত বিধায়কগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে । অসম চৰকাৰে Non-Senction বাতিল কৰণৰ চাৰ্কোলাৰখন অতি দূৰ্ভাগ্যজনক বুলি অবিহিত কৰে । এই চাৰ্কোলাৰখনে ডুমডুমা মহাবিদ্যালয়ত চলি থকা Morning Shift ৰ ব্যৱস্থা নোহোৱা কৰিব । যাৰ পৰিপেক্ষিতত Morning Shiftত অধ্যয়ন কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল অসুবিধাৰ সন্মূখিন হ'ব লাগিব বুলি উল্লেখ কৰে । অন্যহাতে অসম চৰকাৰে ২০১৭-১৮ বৰ্ষৰ বাজেটত সন্নিবিষ্ট কৰা ডুমডুমাত এখন মহাবিদ্যালয়ৰ কাম আজি প্ৰজন্ত আৰম্ভ নোহোৱাটো অতি দূৰ্ভাগ্যজনক বুলি অবিহিত কৰে । ইফালে তিনি মাহ পূৰ্বে শুভাৰম্ভ কৰা ডিৰাক ''Moddle College''ৰো প্ৰাৰম্ভিক কাম নোহোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে । অন্যহাতে ৩নং কৰদৈগুৰি অঞ্চলত ভয়াবহ ৰূপ ধাৰণ কৰা গঢা-খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে বিধায়ক ভূমিজে । সংবাদমেলখনত চাহ শ্ৰমিক সকলে ভূগি অহা সমস্যাসমূহৰ লগতে ডুমডুমা টাওন ফিল্ডত আৰম্ভ হ'বলগীয়া ১০ কোটি টকাৰ উত্তৰণ আচনিৰ কাম আজি প্ৰজন্ত নোহোৱাৰ বিষয়ে উল্লেখ কৰে । অন্যহাতে অতি শেহতীয়াকৈ কাল ধুমুহাই ডুমডুমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বৃস্তৰ ক্ষতিসাধন কৰাৰ লগতে দুজনকৈ লোকৰ প্ৰাণ হানি হোৱাৰ পাছতো চৰকাৰৰ ফালৰ পৰা ত্ৰিপাল এটাও নিদিয়াৰ গুৰুতৰ অভিযেগ কৰে বিধায়ক দূৰ্গা ভূমিজে ।

Byte: দূৰ্গা ভূমিজ, বিধায়ক, ডুমডুমা সমষ্টি ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসমConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.