ETV Bharat / state

মাৰ্ঘেৰিটাত সম্পন্ন শ্বুটিঙৰ কৰ্মশালা

প্ৰতিবছৰৰ দৰে এইবছৰো আপাৰ আচাম শ্বুটাৰছ ক্লাৱে অনুষ্ঠিত কৰিছে শ্বুটিঙৰ এদিনীয়া কৰ্মশালা ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাঙস্থিত অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জত এই কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷

Margherita Sports Rifle Pistol Shooting workshop Tinsukia assam etv bharat news
শ্বুটিঙৰ কৰ্মশালা
author img

By

Published : Feb 23, 2020, 12:38 PM IST

মাৰ্ঘেৰিটা,23 ফেব্ৰুৱাৰীঃ নৱাগত ৰাইফল শ্বুটাৰ সকলক উৎসাহিত কৰাৰ বাবে প্ৰতিবছৰৰ দৰে এইবছৰো আপাৰ আচাম শ্বুটাৰছ ক্লাৱে অনুষ্ঠিত কৰিছে শ্বুটিঙৰ এদিনীয়া কৰ্মশালা ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাঙস্থিত অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জত এই কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনত বিভিন্ন ধৰণৰ অসামৰিক লঘু অস্ত্ৰ-শস্ত্ৰৰ সঞ্চালন অনুষ্ঠিত হয় ৷

শ্বুটিঙৰ কৰ্মশালা

এই কৰ্মশালাৰ মূল লক্ষ্য হৈছে নৱাগত শ্বুটাৰসকলক ৰাইফল আৰু বন্দুকৰ শ্বুটিং খেলৰ বাবে আকৰ্ষিত কৰা ৷ অনাগত দিনত ৰাজ্যিক, আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশেষভাৱে শ্বুটাৰ খেলুৱৈসকলে আত্মপ্ৰকাশ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে অনুষ্ঠানৰ উদ্যোক্তাসকলে ।

লগতে চাওকঃটীয়কত দাৰে ঘপিয়াই এজনক নৃশংস হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.