ETV Bharat / state

মাৰ্ঘেৰিটাত খনিজ খাদান কল্যাণ যোজনা আঁচনিৰ অধীনত পথ মুকলি

author img

By

Published : Feb 23, 2021, 3:36 PM IST

2018-19 বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ খনিজ খাদান কল্যাণ যোজনা আঁচনিৰ অধীনত 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগোলাইত মুকলি কৰা হয় এটি পথ ৷ প্ৰায় 1 কোটি 18 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটো মুকলি কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ৷

মাৰ্ঘেৰিটাত খনিজ খাদান কল্যাণ যোজনা আঁচনিৰ পথ মুকলি

মাৰ্ঘেৰিটা,23ফেব্ৰুৱাৰী: 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগোলাইৰ 38 নং ৰাষ্টীয় ঘাই পথৰ পৰা তেলখাদ বস্তিলৈকে যোৱা পথটো মঙলবাৰে উদ্ধোধন কৰা হয় ৷ 2018-19 বৰ্ষৰ প্ৰধানমন্ত্ৰীৰ খনিজ খাদান কল্যাণ যোজনা আঁচনিৰ অধীনত প্ৰায় 1 কোটি 18 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটো মুকলি কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ৷

উল্লেখ্য যে, প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিয়ে অঞ্চলটোৰ কেইবা হাজাৰ লোকক উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷ এই উদ্ধোধনী অনুষ্ঠানত বৰগোলাই জিলা পৰিষদৰ সদস্য দিবাকৰ ঠাকুৰৰ লগতে পঞ্চায়ত খনৰ সভাপতি মীৰা চুব্বা আৰু আঞ্চিল পঞ্চায়তৰ সদস্যা মুনমী গগৈ উপস্থিত থাকে ৷

লগতে পঢ়ক: আজি অস্ত্ৰ সম্বৰণ কৰিব উগ্ৰপন্থী নেতা সংবিজিতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.