ETV Bharat / state

শালেকী বনাঞ্চলত উপস্থিতঃ লুৰিণজ্যোতি গগৈ - দিহিং পাটকাই

জৈৱ্য বৈচিত্ৰৰ ভৰাঁল দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ চৰকাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব সদেী অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ ৷

dihing patkai wiledlife santuray visit lurin joyti gogoi
শালেকী বনাঞ্চলত উপস্থিতঃ লুৰিনজ্যোতি গগৈ
author img

By

Published : May 26, 2020, 8:02 PM IST

মাৰ্ঘেৰিটা,26মেঃ তিনিচুকীয়া জিলাৰ লিডুৰ প্ৰস্তাৱিত শালেকী বনাঞ্চলত কয়লাৰ মুক্ত খননৰ প্ৰস্তাৱক লৈ সৰৱ অসমৰ বিভিন্ন দল সংগঠনৰ লগতে প্ৰকৃতিপ্ৰেমীয়ে ৷ মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত এটি প্ৰতিনিধি দল উপস্থিত হয় প্ৰস্তাৱিত বনাঞ্চল খনত।

শালেকী বনাঞ্চলত উপস্থিতঃ লুৰিনজ্যোতি গগৈ

বন্য হস্তীৰ কৰিড‘ৰ হিচাপে বিবেচিত শালেকীত কয়লাৰ মুক্তখনন কোনোপধ্যেই মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দি লুৰিণজ্যোতি গগৈয়ে লগতে একাংশ প্ৰকৃতিপ্ৰেমী সংগঠনে মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে বুলি গুৰুত্ব পূৰ্ণ মন্তব্য কৰে ৷ আনহাতে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে যিকোনো মূল্যৰ বিনিময়ত কয়লা খননৰ কাৰ্য ৰোধ কৰা হৱ বুলি উল্লেখ কৰে ।

লগতে পঢ়কঃ যোৰহাটত তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.